পুৰুষপ্ৰধান ঘৰ এখনত চলা শোষণ আৰু সংঘাতৰ কাহিনী 'বাঁহী'। সমাজ ব্যৱস্থাৰ বলি হোৱা নয়নতৰাৰ ত্যাগ, কৰুণা, পুৰঠ চিন্তাধাৰা আৰু বলিষ্ঠ চৰিত্ৰই তেওঁক শ্ৰদ্ধাৰ পাত্ৰী কৰি তোলাৰ লগতে এক ব্যতিক্ৰমী আৰু আদৰ্শ নাৰীৰ ৰূপত তুলি ধৰে। যশস্বী ঔপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্যৰ 'বাঁহী' এতিয়া শুনক অডিঅ'বুকৰ ৰূপত, একমাত্ৰ ষ্টৰীটেলত।
© 2021 Storyside IN (كتاب صوتي): 9789353987473
تاريخ النشر
كتاب صوتي: 7 أكتوبر 2021
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت