Dotal Hatir Uye Khuwa Hauda মামণি ৰয়ছম গোস্বামী
দুকুৰি খনতকৈও অধিক উপন্যাস ৰচনা কৰা অসমৰ এজন শ্ৰেষ্ঠ কথাশিল্পী চৈয়দ আব্দুল মালিকৰ "ধন্য নৰ তনু ভাল" তেখেতৰ শ্ৰেষ্ঠতম উপন্যাসসমূহৰ এখন। এই অনুপম উপন্যাসখনত অসমৰ ইতিহাসৰ সৰ্বকালৰ সৰ্বোত্তম ব্যক্তি মহাপুৰুষ শ্ৰী শ্ৰী শঙ্কৰদেৱৰ মহাজীৱনৰ জ্যোতি উদ্ভাসি উঠিছে। উপন্যাসখনত মহাপুৰুষজনাৰ জীৱন-বৃত্ত অঙ্কন কৰাৰ লগতে মালিক চাহাবে কাহিনীৰ ফাঁকে ফাঁকে অসমৰ ইতিহাস, সমকালীন সামাজিক জীৱন, বিভিন্ন শিল্প আৰু সৰু সৰু মানুহৰ জীৱন-কাহিনী অঙ্কিত কৰিছে।
অসমীয়া সাহিত্যক অপূৰ্বৰূপত চহকী কৰা 'ধন্য নৰ তনু ভাল' এইবাৰ শুনক অডিঅ'বুকৰ ৰূপত, একমাত্ৰ ষ্ট'ৰীটেলত।
© 2021 Storyside IN (Audiobook): 9789354347603
Release date
Audiobook: 15 October 2021