Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for Hingsro nokhor
3 Ratings

5

Duration
3H 52min
Language
Assamese
Format
Category

Thrillers

প্ৰখ্যাত প্ৰত্নতত্ত্ববিদ অধ্যাপক মাণিক বৰুৱা। কুণ্ডিল ৰাজকণ্যা ৰুক্মিণীৰ স্বৰ্ণমন্দিৰ উদ্ধাৰৰ উদ্দেশ্য লৈ এটা দল লৈ আগবাঢ়িল পাটকাই পৰ্বত অভিমুখে। যোৱাৰ আগতে তেওঁ মৰমৰ জীয়েক সোণালী আৰু প্ৰিয় ছাত্ৰ শান্তনুক কৈ গৈছিল যে আগন্তক ৬ মাহৰ ভিতৰত তেওঁ ঘূৰি আহিব আৰু ঘূৰি নাহিলে তেওঁলোকে মাণিক বৰুৱাৰ অনুসন্ধানত নামিব। সময় বাগৰে। ৬ মাহ সময় ওকলি যায়। কিন্তু মাণিক বৰুৱাৰ কোনো খবৰ নাপায় সোণালীয়ে। অৱশেষত সোণালী, শান্তনু, সমৰ, ভাৰ্গৱ, পুলস্ত্য, অশোক আদিকে ধৰি এটা দল নামি পৰে মাণিক বৰুৱাৰ সন্ধানত। সোণালীৰ ওচৰত থকা মেপখনৰ কপি হাতত লৈ তেওঁলোক যেতিয়া পাটকাই পৰ্বতৰ দিশে আগবাঢ়ে তেতিয়া তেওঁলোকে বুজি উঠে যে এই পথ কিমান বেছি দুৰ্গম। সোণালীক ভাল পায় শান্তনুৱে। কিন্তু সোণালীয়ে ভাল পাই সমৰক। সমৰ আৰু সোণালীৰ মাজত থকা সম্পৰ্কৰ কথা শান্তনুৱে জানে। বুকুত বিষ এটা লৈ শান্তনু যায় সিঁহতৰ সৈতে কাৰণ তাৰ গুৰুৰ অনুসন্ধান কৰাৰ দায়িত্ব থাকে তাৰ কান্ধত। যাত্ৰা পথত সন্মুখীন হোৱা ভয়ঙ্কৰ অভিজ্ঞতাৰ লগতে কিছু জনজাতীয় লোকৰ পৰা সিঁহতে জানিব পাৰে যে পাহাৰৰ সিপাৰে আছে মৃত্যুৰ ভয়ানক শীতল কোলা। সেই লোকসকলৰ মতে তালৈ গ'লে কোনো ঘূৰি আহিব নোৱাৰে। কিন্তু তাত আছে কি? মাণিক বৰুৱাৰ দল তালৈ গৈছিল? কি হ'ল তেওঁলোকৰ? সেই ৰহস্য উদ্ঘাটন কৰিবলৈ শান্তনুহঁতৰ দলটোৱে পাহাৰটোৰ সিপাৰলৈ যোৱাৰ সিদ্ধান্ত লয়। তাৰ পিছতে আৰম্ভ হয় ৰহস্যৰ। কি এই ৰহস্য?

এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস "হিংস্ৰ নখৰ"

© 2022 Storyside IN (Audiobook): 9789354839221

Release date

Audiobook: 1 August 2022

Others also enjoyed ...

  1. Aahoto Xorpor Dongxon
    Aahoto Xorpor Dongxon ৰঞ্জু হাজৰিকা
  2. Bixkumbho
    Bixkumbho ৰঞ্জু হাজৰিকা
  3. Xobyoxasi
    Xobyoxasi ৰঞ্জু হাজৰিকা
  4. Rohosyomoyee
    Rohosyomoyee ৰঞ্জু হাজৰিকা
  5. Ondho xomoy bondho aartonaad
    Ondho xomoy bondho aartonaad ৰঞ্জু হাজৰিকা
  6. Jononi Mur Duhita
    Jononi Mur Duhita ৰঞ্জু হাজৰিকা
  7. Klanto juddha
    Klanto juddha ৰঞ্জু হাজৰিকা
  8. Burhatue Kole
    Burhatue Kole মণিকা দেৱী
  9. Xekh prohoror khela
    Xekh prohoror khela ৰঞ্জু হাজৰিকা
  10. Dusokut tezor khela
    Dusokut tezor khela ৰঞ্জু হাজৰিকা
  11. Hridoyot tumar xotta
    Hridoyot tumar xotta ৰঞ্জু হাজৰিকা
  12. Xihot Douri Gol
    Xihot Douri Gol মণিকা দেৱী
  13. Bordeuta Ahibor Dina
    Bordeuta Ahibor Dina মণিকা দেৱী
  14. Otol gohboror oboxaad
    Otol gohboror oboxaad ৰঞ্জু হাজৰিকা
  15. Xei prem aswadon
    Xei prem aswadon ৰঞ্জু হাজৰিকা
  16. Darpasurna
    Darpasurna Premnarayan Dutta
  17. Panexoi
    Panexoi লক্ষ্মীনাথ বেজবৰুৱা
  18. Xurongor majere
    Xurongor majere ৰঞ্জু হাজৰিকা
  19. Pret prohori
    Pret prohori ৰঞ্জু হাজৰিকা
  20. Tezor Obhixaar
    Tezor Obhixaar ৰঞ্জু হাজৰিকা
  21. Biponno bismoy khel
    Biponno bismoy khel ৰঞ্জু হাজৰিকা
  22. Igloo
    Igloo মণিকা দেৱী
  23. Ondhotrakh
    Ondhotrakh ৰঞ্জু হাজৰিকা
  24. Xanito nokh
    Xanito nokh ৰঞ্জু হাজৰিকা
  25. Biplabi Bahini
    Biplabi Bahini Premnarayan Dutta
  26. Tora
    Tora মণিকা দেৱী
  27. Bola Beduin
    Bola Beduin দিব্যজ্যোতি বৰা
  28. Putaputoni
    Putaputoni মৃদুল শৰ্মা
  29. Gupon kaitor aasur
    Gupon kaitor aasur ৰঞ্জু হাজৰিকা
  30. Panir Ei Jeebon Nilpobon
    Panir Ei Jeebon Nilpobon মনালিছা শইকীয়া
  31. Kojola kuwolir jontrona
    Kojola kuwolir jontrona ৰঞ্জু হাজৰিকা
  32. Baghbondi khela
    Baghbondi khela ৰঞ্জু হাজৰিকা
  33. Dui budhiyok
    Dui budhiyok লক্ষ্মীনাথ বেজবৰুৱা
  34. Dighol thengiya
    Dighol thengiya লক্ষ্মীনাথ বেজবৰুৱা
  35. Jantob
    Jantob ৰঞ্জু হাজৰিকা
  36. Dohonot mrityu bhoyonkor
    Dohonot mrityu bhoyonkor ৰঞ্জু হাজৰিকা
  37. Olop Chinta Olop Godyo
    Olop Chinta Olop Godyo অনুৰাধা শৰ্মা পূজাৰী
  38. Nishith trishna
    Nishith trishna ৰঞ্জু হাজৰিকা
  39. Bongol Bohu Dur
    Bongol Bohu Dur Nandita Devi
  40. Ratir Kobita
    Ratir Kobita চৈয়দ আব্দুল মালিক
  41. Noixobdot nixar nayok
    Noixobdot nixar nayok ৰঞ্জু হাজৰিকা
  42. Milleniumor Sapon
    Milleniumor Sapon অৰূপা পটংগীয়া কলিতা