Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
3 Ratings

4.3

Duration
2H 57min
Language
Assamese
Format
Category

Crime

বিচিত্ৰ পটভূমি, বিচিত্ৰ ঘটনাৰ ৰোমাঞ্চকৰ সমাৱেশ। 'অদৃশ্য সন্ধান'ত আছে পুলক আৰু তপনৰ মাজৰ অগাধ বন্ধুত্ব, আছে জীৱনৰ মধুময় ৰণ। যেনেদৰে আছে বিশ্বাসৰ সৌধ, ঠিক তেনেদৰেই আছে চক্ৰান্ত, বিশ্বাসঘাটকতা, স্বাৰ্থপৰতা আৰু নিষ্ঠুৰতাৰ পংকিল জীৱনৰ কদৰ্য ৰূপ। কি হ'ব পাৰে পুলক আৰু তপনৰ বন্ধুত্বৰ শেষ পৰিণতি? পুলকৰ ভনীয়েক সবিতা আৰু সবিতাৰ বান্ধবী ববিতাৰ জীৱনলৈ নামি অহা চক্ৰান্তৰ কি হ'ল? পুলকৰ আন এক বন্ধু নীলমণিয়ে পাৰিলে নে এই চক্ৰান্ত ৰোধ কৰিব? প্ৰখ্যাত চিত্ৰশিল্পী ঐশ্বৰ্য্য পূজাৰী প্ৰকৃততে কোন? এই সকলোখিনি জানিবলৈ শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ ৰহস্য উপন্যাস "অদৃশ্য সন্ধান"।

© 2021 Storyside IN (Audiobook): 9789353987985

Release date

Audiobook: 14 March 2021

Others also enjoyed ...