Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Cover for Stobdho Oronyo
3 Ratings

4.7

Duration
2H 46min
Language
Assamese
Format
Category

Thrillers

অপৰূপ সৌন্দৰ্যৰ এখনি অৰণ্য। কিন্তু কেৱল অপৰূপেই হয় নে এই অৰণ্য ? হৈ পৰে নেকি অৰণ্য কেতিয়াবা নৃশংস? হিংস্ৰ শ্বাপদৰ নিষ্ঠুৰ আঘাটত কাৰোবাৰ স্নেহাৰ্ত বুকুৰ বন্ধন ছিন্ন হৈ যাব পাৰে নেকি? বিচ্ছেদৰ বেদনাই যে কেতিয়াবা নিঃশেষ কৰি পেলাই একোটা জীৱন। পৰিয়ালৰ সৈতে অৰণ্য ভ্ৰমণলৈ যোৱা কেইজনমান বন্ধু। হঠাৎ ক'ৰ পৰা ওলালহি সেই অৰণ্যত এটা নৰখাদক বাঘ? কিবা অপকাৰ কৰিলে নেকি সেই নৰখাদকে তেওঁলোকক? মানুহৰ হৃদয়ৰ অন্তৰ্লীন বেদনাৰে সিক্ত কিছু কথা, নৰখাদক বাঘ, উন্নাসিক চিকাৰীৰ পৌৰষদৃপ্ত আত্মগৰিমাৰ জঘন্য বহিঃপ্ৰকাশ। এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ ৰহস্য উপন্যাস "স্তব্ধ অৰণ্য"।

© 2021 Storyside IN (Audiobook): 9789353988005

Release date

Audiobook: 16 March 2021

Others also enjoyed ...