5
أدب الجريمة
নলেগলে লগা কলেজৰ পাঁচ বন্ধু। কিন্তু সময়ৰ লগে লগে নিজ নিজ কৰ্তব্যৰ দিশে আগবাঢ়ি যায় সকলো। নিতান্তই প্ৰয়োজন বাবে এজন বন্ধুৱে আৰক্ষীত যোগদান কৰাৰ বিপৰীতে অন্য চাৰিজনৰ কাৰ্যপন্থা হৈ পৰে ভিন্ন। কিন্তু সেই সময়ৰ শাসনাধিষ্ঠিত বিদেশীৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহে এই চাৰি বন্ধু। বুকু তোলপাৰ কৰি এক অদম্য তৃষ্ণাই যেন তেওঁলোকক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই আনে। তেওঁলোকৰ লগত যোগ দিয়ে শ শ কিশোৰ কিশোৰীৰ দলে। জীৱন পণ কৰি এই সকলে সুখ আৰামৰ পৰিবৰ্তে বৰণ কৰি লয় নিৰ্দয় পুলিচৰ লাঠিৰ কোব, জেইলৰ জঘন্য অত্যাচাৰ, বুকু পাতি লয় পুলিচৰ গুলী অথবা থিয় দিয়ে ফাঁচিকাঠত। স্বাধীনতা সংগ্ৰামৰ এক দলিল।লগতে প্ৰত্যেক বাৰৰ মুখামুখিত পাঁচ বন্ধুৰ অন্তৰত কেনে এখন যুদ্ধ চলিছিল? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক প্ৰথিতযশা সাহিত্যিক কাঞ্চন বৰুৱাৰ উপন্যাস "অশান্ত প্ৰহৰ"।
© 2021 Storyside IN (كتاب صوتي): 9789354343988
تاريخ النشر
كتاب صوتي: 22 يونيو 2021
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت