خطوة إلى عالم لا حدود له من القصص
এগৰাকী অভিজাত মহিলা। সময়ৰ পাকচক্ৰত পৰি তেওঁ গুৰুতৰ ভাৱে আক্ৰান্ত হয় স্কিজোফ্ৰেনিয়া নামে এক জটিল মানসিক ৰোগত। সমাজৰ ডিগ্ৰীধাৰী এচাম অশিক্ষিত মানুহৰ বাবে তেওঁ হৈ পৰে পাগলী। মাকৰ এই অৱস্থাৰ বাবে ঘৰলৈ পিঠি দিয়া পুত্ৰ, বিয়া হৈ আঁতৰি যোৱা ডাঙৰ ছোৱালী সকলো আঁতৰে আঁতৰে ৰয়। অন্যফালে আকৌ সুৰাপায়ী গিৰিয়েক থকা নথকা একেটাই কথা। পাগলী মাকৰ সেৱা শুশ্ৰষা ব্ৰতী হয় তেওঁৰেই সৰু জীয়ৰী মামণি। পেছাত এগৰাকী শিক্ষয়িত্ৰী মামণিয়ে মাকক সুস্থ কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। কিন্তু সমাজৰ লাঞ্ছনা, বঞ্চনাত জৰ্জৰিত, সৰল, অন্তৰ্মুখী মামণি এদিন নিজেই হৈ পৰে স্কিজোফ্ৰেনিক ৰোগী। পৰিয়ালটোৰ শেষ ভৰসা মামণিৰ ভৰসা কোন? কি হ'ব মামণিৰ শেষ পৰিস্থিতি? সুস্থ হৈ উঠিব নে মামণি? আৰু মামণিৰ মাক? কি হ'ল মামণি ৰ ডাঙৰ ককায়েক ৰণৰ? এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে ২০০৪ চনৰ মুনীন বৰকটকী বঁটা প্ৰাপ্ত অসমীয়া সাহিত্যৰ এগৰাকী জনপ্ৰিয় গল্পকাৰ তথা ঔপন্যাসিক মনালিছা শইকীয়াৰ "আন্দোলিত আকাশ"।
© 2021 Storyside IN (دفتر الصوت ): 9789353987558
تاريخ الإصدار
دفتر الصوت : 10 مارس 2021
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
عربي
الإمارات العربية المتحدة