الإثارة والتشويق
চেণ্টেল নিউজ এজেন্সীৰ সাংবাদিক অৰিন্দম। অৰিন্দমৰ বছে অৰিন্দমক দায়িত্ব দিয়ে অলপতে ঘৰৰ পৰা পলাই যোৱাৰ মাইৰা চুমৰা নামৰ এজনী ছোৱালীক বিচৰাৰ। লগতে কয় যে ছোৱালীজনীক বিচাৰি পালে তাইক অপহৰণকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ নাটক কৰিবলৈ। এই কাম কৰাৰ মন অৰিন্দমৰ নাছিল যদিও মোটা অংকৰ পুৰস্কাৰৰ বাবে সি কামটো কৰাৰ দায়িত্ব লয়। বৰ সহজতে সি মাইৰা চুমৰাক বিচাৰি উলিয়াই। কিন্তু অপহৰণৰ নাটক আৰম্ভ কৰাৰ আগতে আৰম্ভ হয় অন্য এক নাটক। ডাকিনী বিদ্যাৰ প্ৰভাৱত মাইৰা চুমৰা অনায়েসে শূন্যত ভাঁহে, অদৃশ্য হয়, দস্যুক ছচেজ বনাই আৰু সেই ছচেজ খাই কুকুৰে মানুহৰ দৰে কথা কয়। পিছে সম্ভৱ হয় নে এইয়া? কেনেকৈ মাইৰাই ডাকিনী বিদ্যা শিকিলে? আৰু কিয়? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ ৰহস্য উপন্যাস "ৰহস্যময়ী"
© 2022 Storyside IN (كتاب صوتي): 9789354839146
تاريخ النشر
كتاب صوتي: 1 يونيو 2022
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت
قصص لكل المناسبات.
$9.99 /شهر
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
$83.88 /سنة
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
$53.64 /6 أشهر
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت