خطوة إلى عالم لا حدود له من القصص
নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালৰ জীয়াৰী নিৰ্মলা। উপযুক্ত বয়সত বিয়া হৈ আহে এগৰাকী ডাক্তৰলৈ। অলেখ সপোন, অলেখ আশা। কিন্তু ক'ৰবাত যেন কিবা এটা খেলিমেলি হৈ গ'ল। দুই পুত্ৰ, জীয়াৰীৰ পৰা যেন নিৰ্মলাই ভাবিব নোৱাৰা ধৰণে আঘাত পালে। এসময়ত ৰোগীৰ চিকিৎসা কৰি দপদপাই থকা নিৰ্মলাৰ ডাক্তৰ মানুহজন কৰ্কট ৰোগত আক্ৰান্ত হৈ শৰ্যাশায়ী হয়। মাথোঁ সেয়াই নহয় এটা সময়ত তেওঁ নিৰ্মলাক অকলশৰীয়া কৰি গুচি যায়। তাৰ পিছত কি হয় নিৰ্মলাৰ? ডাঙৰ পুত্ৰ-বোৱাৰী থাকে বাহিৰত। ওচৰতে থকা জীয়েকে নুবুজে মাকৰ মনৰ কথা। সৰু পুত্ৰ ডুবি ৰয় মদৰ মাজত আৰু বোৱাৰী ব্যস্ত নিজৰ সৈতে। অকলশৰীয়া নিৰ্মলা। মাটি সম্পত্তি লৈ সৰু পুত্ৰ-বোৱাৰীৰ অশান্তি। নিৰ্মলাক যেন নিবিচাৰে সিহঁতে ঘৰখনত। উপায়ন্তৰ হৈ সিদ্ধান্ত লয় নিৰ্মলাই। তেওঁ গুচি যাব বৃদ্ধাশ্ৰমলৈ। আৰু সিদ্ধান্তমৰ্মেই তেওঁ গুচি যায়। কিন্তু সুখী হ'ব পাৰিলে নে নিৰ্মলা? কি হ'ল নিৰ্মলাৰ জীৱনৰ? বুজি পালেনে পুত্ৰ -জীয়াৰীয়ে তেওঁক? বৃদ্ধ বয়সৰ দুখ কষ্ট, অৱমাননা, বৃদ্ধাশ্ৰমৰ বৃদ্ধ সকলৰ মৰ্মবেদনাৰ হৃদয়স্পৰ্শী উপস্থাপন মণিকুন্তলা ভট্টাচাৰ্যৰ উপন্যাস "বন্ধ ঘৰৰ খিৰিকী"।
© 2021 Storyside IN (دفتر الصوت ): 9789353987480
تاريخ الإصدار
دفتر الصوت : 20 مايو 2021
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
عربي
الإمارات العربية المتحدة