অজান আততায়ীৰ হাতত অকালতে প্ৰাণ হেৰুওৱা এগৰাকী নাৰী লিজা। পিছে এই লিজা কোন? কোনে হত্যা কৰিলে লিজাক? লিজাৰ হত্যাকাৰীক ব্লেকমেইলিং কৰা শ্যাম মৰিচ কোন? কোন আছিল নিৰঞ্জন বৰগোহাঁই। কোনে কি কাৰণত তেওঁক আৰু তেওঁৰ পৰিয়ালক হত্যা কৰিলে? প্ৰফেচনেল কিলাৰ দিপংকৰ আৰু তাৰ সহযোগী অনল। শেষত কি হ'লগৈ দিপংকৰ আৰু অনলৰ? পিতৃহন্তাৰ ওপৰত ভয়ঙ্কৰ প্ৰতিশোধৰ কাহিনী। কাহিনীৰ পৃষ্ঠাই পৃষ্ঠাই আছে ভয়ঙ্কৰ মৃত্যুৰ নিষ্ঠুৰ, নিষ্পেষণ, হিমশীতল অনুভৱে শৰীৰ কঁপাই তোলা ঘন ৰহস্যৰ নিখাদ কাহিনী.. এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ ৰহস্য উপন্যাস "ক্ষুধাতুৰ শগুণ"।
© 2021 Storyside IN (Audiobook): 9789353987961
Release date
Audiobook: 21 March 2021

Step into an infinite world of stories
Overall rating based on 2 ratings
Thrilling
Funny
Unpredictable
Download the app to join the conversation and add reviews.
Showing 1 of 2
mR
19 Sept 2021
ভাবিছিলোঁ কাহিনীটোৰ বাবে 4 star rating dim বুলি , আপোনাৰ পঠন শৈলী ইমানেই উন্নত মানৰ হৈছে তাৰ বাবে 5 তাৰ বাবে 5star rating দিলোঁ।যাতে আপুনি আকৌ নতুন সৃষ্টি কৰি , আমাৰ দৰে শ্রোতাক উপকৃত কৰে ।শত সহস্ৰ ধন্যবাদ জনালোঁ ।
English
India