خطوة إلى عالم لا حدود له من القصص
4.8
الأدب الكلاسيكي
চম্পা, গৌৰী, চন্দন, উমা, অশোক- এওঁলোকক কোনে চিনি নাপায়! কালজয়ী অসমীয়া উপন্যাস 'অসীমত যাৰ হেৰাল সীমা'ৰ সেই জীৱন্ত চৰিত্ৰবোৰ, কমল নগৰৰ ধুনীয়া মানুহবোৰৰ ধুনীয়া জীৱনবোৰ আৰু তেওঁলোকৰ আনন্দৰ দিনবোৰলৈ নামি অহা যুদ্ধৰ অমানিশা.. কাঞ্চন বৰুৱা যেন শব্দৰ যাদুকৰ! এখন ছবিৰ দৰে আমাৰ আটাইৰে মনত চিৰদিনৰ বাবে ৰৈ যোৱা ঊপন্যাসখন এইবাৰ আমাৰ বাবে পাঠ কৰিছে আমাৰ সকলোৰে চিনাকি অভিনয় জগতখনৰ হাৰ্টথ্ৰৱ কপিল বৰাই। আহক, আকৌ এবাৰ ডুব যাওঁ সেই প্ৰাচীন প্ৰেমত যি আজিও হয়তো শুন-নুশুনকৈ বৈ আছে কমল নগৰ নামৰ হেৰাই যোৱা নগৰখনৰ প্ৰাণত।
© 2021 Storyside IN (كتاب صوتي): 9789353986315
تاريخ النشر
كتاب صوتي: 17 مارس 2021
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
عربي
الإمارات العربية المتحدة