আঢ্যৱন্ত পৰিয়ালৰ ল'ৰা বাপুকণ। মাকৰ মমতা, দেউতাকৰ চেনেহমিশ্ৰিত শাসন, ভাই-ভনীৰ আবদাৰৰ মাজেৰে এডেও দুদেও কৈ বাঢ়ি অহা বাপুকণৰ শৈশৱ। শৈশৱৰ লগৰীয়া হেবাঙৰ লগত বাপুকণৰ যাত্ৰা। এই যাত্ৰা সূদুৰপ্ৰসাৰী হৈ থাকিল নে? স্কুললৈ নতুনকৈ অহা দুলালৰ লগত বাপুকণৰ সম্পৰ্ক কেনেকুৱা আছিল? কিতাপৰ মাজত সোমাই পৰা বাপুকণে কৈশোৰ অৱস্থাতে জীৱন সম্বন্ধে যি গভীৰ চিন্তাত নিমগ্ন হৈছিল তাৰ কাৰণেই বা কি আছিল? এই সকলোখিনি জানিবলৈ আহক শুনোঁ হোমেন বৰগোহাঞিৰ জনপ্ৰিয় উপন্যাস "সাউদৰ পুতেকে নাও মেলি যায়", দেবাংগ পল্লৱ শইকীয়াৰ কণ্ঠত।
© 2021 Storyside IN (دفتر الصوت ): 9789353988524
تاريخ الإصدار
دفتر الصوت : 15 يناير 2021

خطوة إلى عالم لا حدود له من القصص
التقييم الإجمالي استنادًا إلى تقييمات :reviewالعد
مثير للمشاعر
محفّز
مذهل
قم بتنزيل التطبيق للانضمام إلى المحادثة وإضافة مراجعات.
عربي
الإمارات العربية المتحدة