خطوة إلى عالم لا حدود له من القصص
প্ৰেমৰ নিষ্পাপ প্ৰকাশক সমাজৰ সংকীৰ্ণ নিয়মেৰে জানো ৰুধিব পাৰি? বুকুত ঘৰ বন্ধাজনক পাহৰি জানো জীয়াই থাকিব পাৰি! সোৱনশিৰিৰ পাৰৰ এহাল মিৰি ডেকা-গাভৰুৰ জীৱনৰ নিকৰুণ কাহিনীক লৈ ৰচিত ৰজনীকান্ত বৰদলৈৰ 'মিৰি জীয়ৰী' অসমীয়া সাহিত্যৰ মুকুতাস্বৰূপ। অসমৰ সাহিত্যানুৰাগীৰ মনত চিৰদিনৰ বাবে ৰৈ যোৱা জংকি-পানেইৰ কৰুণ প্ৰেমৰ কাহিনীক এইবাৰ আমি আগবঢ়াইছোঁ শ্রাব্য ৰূপত। সোৱণশিৰিৰ উমাল বুকুত ডাঙৰ হোৱা পানেই-জংকিৰ সহজ ভালপোৱাক সমাজে স্বীকৃতি দিব নে? কাহিনী পাঠ কৰিছে ভাস্কৰজ্যোতি আচাৰ্যই, মিচিং তথা অসমীয়া লোকনামত কণ্ঠ নিগৰাইছে ড০ সদানন্দ পায়েঙে। প্ৰচ্ছদ কৌশিক কিশলয়ৰ। আহক, জংকি-পানেইৰ কাহিনীটো আকৌ এবাৰ শুনোঁ, গীত আৰু কথাৰে।
© 2021 Storyside IN (دفتر الصوت ): 9789353986308
تاريخ الإصدار
دفتر الصوت : 10 يناير 2021
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
عربي
الإمارات العربية المتحدة