জীয়াই থকাৰ তাড়নাতেই হওঁক বা পৰিয়ালৰ ভৰণ পোষণৰ বাবেই হওঁক অনন্ত ঠাকুৰ যজমানি কৰিবলৈ বঙল গৈছিল। ইংৰাজৰ শাসনকালৰে কথা সেইয়া। সেই অনুসৰিয়েই তেওঁ বঙলা পিতে। কেৱল বঙলা পিতে নহয়, আৰু বহু লোকে বঙলত যজমানি কৰি জীৱন নিৰ্বাহ কৰিছিল সেই সময়ত। বঙলত যজমানি জীৱন, বঙলৰ জমিদাৰ, বঙলৰ পথাৰ সমাৰ, কমিউনিষ্ট আন্দোলনৰ গাঁথা। কেনে আছিল বঙলত বঙলা পিতেৰ যজমানি জীৱন ? পত্নী কালিন্দী আয়ে হঠাতে কিয় অমূৰি ধৰিছিল বঙলা পিতেৰ সৈতে বঙলত থাকিবলৈ যোৱাৰ? বঙলা পিতেৰ পুত্ৰ ইন্দ্ৰনাথ আৰু চন্দ্ৰনাথে পিতাকৰ বৃত্তিকেই ল'লে নে? নিজৰ জন্মস্থানলৈ ঘূৰি আহিব নোৱাৰিব বুলি ভবাৰ পিছতো বঙলা পিতে এদিন সপৰিয়ালে ঘূৰি আহিছিল ঘৰলৈ। কিন্তু সেই অভিজ্ঞতা আছিল অতিকে তিতা। কৰ্মৰ খাতিৰত বঙলত থকা বঙলা পিতে নিজ দেশলৈ আহিব লগীয়া হৈছিল শৰণাৰ্থী হৈ। কিন্তু আহিব পাৰিলে নে?এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক লেখিকা নন্দিতা দেৱীৰ উপন্যাস "বঙল বহু দূৰ"
© 2022 Storyside IN (دفتر الصوت ): 9789355441287
تاريخ الإصدار
دفتر الصوت : 15 يوليو 2022

خطوة إلى عالم لا حدود له من القصص
التقييم الإجمالي استنادًا إلى تقييمات :reviewالعد
قم بتنزيل التطبيق للانضمام إلى المحادثة وإضافة مراجعات.
عربي
الإمارات العربية المتحدة