4.9
روايات رومانسية
তদানীন্তন কালৰ গোলাঘাট জিলাৰ ভিতৰুৱা এখন মুছলমান প্ৰধান অসমীয়া গাঁও ডালিম। স্কুল-হস্পিতাল হোৱা বৰ দূৰৰে কথা। খেতি-বাতি কৰি, বানৰ সৈতে মোকাবিলা কৰি চলি অহা সেই গাঁৱৰ গঞা তেনেই সহজ সৰল। নাৰী শিক্ষাৰ প্ৰসংগ অদেখা। গাভৰু হোৱা মাত্ৰেই সংসাৰ চম্ভালা য'ত অলেখা ৰীতি। তাৰে মাজৰ চৰিত্ৰ গুলচ, কপাহী, তৰাহঁত। চহা প্ৰেম সহজ হৈয়ো সহজ নহয়। সম্পৰ্কৰ জটিলতা, ভালপোৱাৰ অসহায় বিষাদৰ সাক্ষী হৈ ধনশিৰি বৈ থাকে। সাক্ষী হৈ বতাহত কঁপি থাকে নৈৰ গৰাৰ বিৰিণাবোৰ। চৈয়দ আব্দুল মালিকদেৱৰ কাপ-নিসৃত, যুগমীয়া উপন্যাস 'সূৰুযমুখীৰ স্বপ্ন' শুনক ভাস্কৰজ্যোতি আচাৰ্য্যৰ কণ্ঠত।
© 2021 Storyside IN (دفتر الصوت ): 9789354347412
تاريخ الإصدار
دفتر الصوت : 26 يوليو 2021

خطوة إلى عالم لا حدود له من القصص
التقييم الإجمالي استنادًا إلى تقييمات :reviewالعد
دافيء
مثير للمشاعر
مشوّق
قم بتنزيل التطبيق للانضمام إلى المحادثة وإضافة مراجعات.
عربي
الإمارات العربية المتحدة