خطوة إلى عالم لا حدود له من القصص
২৮ টা ভিন্নস্বাদৰ গল্প। এই গল্প সমূহৰ ৰচনা কাল ১৯৫২/১৯৫৪ চন মানৰ পৰাই বুলি ধৰিব পাৰি। গল্প বিলাকৰ কোনোবাটোৱে যদি সেই সময়ৰ আৰ্থসামাজিক দিশটো আঙুলিয়াই দিছে, আন কোনোবাটোৱে আকৌ ভালপোৱাৰ বিষাদৰ কথা কৈছে। কিছু গল্পত বৰ্ণিত হৈছে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ। আনহাতে তাতে দেখা গৈছে প্ৰকৃতি বিনষ্টকাৰী অশুভ শক্তি। ৰাজনৈতিক কুচক্ৰান্তৰ বলি হয় সমাজ জীৱন। শেষ হৈ যায় সাধাৰণ জনতাৰ সপোন। কিন্তু বাৰে বাৰে কিয় ভুগিব লগা হয় জনতাই? হৃদয়স্পৰ্শী এমুঠি গল্প। "ষ্টৰীটেল" যোগে শুনক জ্ঞানপীঠ বঁটা বিজয়িনী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ গল্প সংকলন "মেগনলীয়া"।
© 2021 Storyside IN (دفتر الصوت ): 9789353987923
تاريخ الإصدار
دفتر الصوت : 30 يوليو 2021
الوسوم
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
عربي
الإمارات العربية المتحدة