خطوة إلى عالم لا حدود له من القصص
الإثارة والتشويق
অসমীয়া সাহিত্যৰ ৰহস্যসম্ৰাট ৰঞ্জু হাজৰিকা। তেখেতৰ প্ৰায়খিনি গ্ৰন্থতেই সততে দেখা যায় ৰহস্যৰ প্ৰয়োভৰ। তেনে এখনি গ্ৰন্থ "আদিম ৰিপু"। কাহিনী গতি কৰিছে, ডকাইতিৰ দৰে কুকৰ্মক বৃত্তি হিচাপে লৈ জীৱন যাপন কৰা বীৰুৰ ঘটনাৰাজি লৈ। মৃত্যুসম বহু কষ্টকো নেওচি জীয়াই থাকে বীৰু। প্ৰতাপী ডকাইত বীৰু বাটৰ খোজনীয়া হোৱালৈকে এক মননশীল কাহিনী।
এই সকলোবোৰ জানিবৰ বাবে আপোনালোকে শুনিব লাগিব "ষ্টৰীটেল"ত উপলব্ধ ৰঞ্জু হাজৰিকাৰ উপন্যাস "আদিম ৰিপু"। গতিকে আহক আমি একেলগে উপভোগ কৰোঁ এই উপন্যাস পাঠ।
© 2023 Storyside IN (كتاب صوتي): 9789354836855
تاريخ النشر
كتاب صوتي: 15 مارس 2023
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
عربي
الإمارات العربية المتحدة
