خطوة إلى عالم لا حدود له من القصص
অন্তৰৰ মাজত অহা-যোৱা কৰি থকা বিভিন্ন চিনাকি চৰিত্ৰ আৰু বিভিন্ন পৰিস্থিতিক গাৱৰ এক সৰল পৰিৱেশৰ মাজত ধৰি ৰাখি প্ৰত্যেকজন পাঠকৰ মনত এক সৰল স্মৃতিৰ ৰেখা অংকন কৰিবলৈ সক্ষম হোৱা শৰ্মিষ্ঠা প্ৰীতমৰ এখন অতি সফল উপন্যাস - পৰাণ নিগৰে ৷ উপন্যাসখনত মূখ্য চৰিত্ৰ সৰু আৰু ককায়েক মইনাই, পিতৃৰ বিয়োগৰ পিছত মাকৰ সৈতে কিদৰে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে নিজৰ জীৱন যাত্ৰাত আগবাঢ়ি যায় তাৰেই এক সৰল ৰেখাঙ্কন কৰা হৈছে ৷ সৰু সৰু পৰিঘটনাসমূহক বাস্তৱিক ৰূপ দি যিদৰে উপস্থাপন কৰা হৈছে, ই প্ৰত্যেকজন পাঠককে নিজৰ শৈশৱ কালৰ স্মৃতি সোঁৱৰাই দিব ৷ মুঠ ১৮ টা খণ্ডৰে পৰিবেষ্টিত পৰাণ নিগৰে উপন্যাসখনে নিশ্চিতভাৱে আপোনাক দি যাব শৈশৱকালৰ তথা বাস্তৱ জীৱনৰ এখন জীৱন্ত ছবিৰ অনন্য সোৱাদ ৷
© 2022 Storyside IN (دفتر الصوت ): 9789354839962
تاريخ الإصدار
دفتر الصوت : 22 أبريل 2022
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
عربي
الإمارات العربية المتحدة