خطوة إلى عالم لا حدود له من القصص
4.7
الأدب الكلاسيكي
সাহিত্যই জীৱনৰ সৰ্বস্ব নহয়। জীৱন তাতোকৈ ডাঙৰ। নিজৰ পথেৰে এটা পৰিপূৰ্ণ জীৱন যাপন কৰাটো সহজ সাধ্য নহয়। জীৱনৰ পথ বিপদ সংকুল। কিন্তু ইনাই বিনাই কান্দিলে বা কাকূতি মিনতি কৰিলে বিপদে জানো বাট এৰি দিব। ভয়ঙ্কৰ বিপদ বা দুৰ্ভাগ্যক প্ৰত্যাহ্বান জনাই হাঁহি হাঁহি জীৱনৰ পথত আগুৱাই যাব পৰাটোৱেহে আচল কথা। মানৱ জীৱন লক্ষ্যহীন হ'লে মানুহৰ বিবৰ্তনো স্তব্ধ হৈ গ'লহেতেঁন। আনহাতে জীৱনৰ যদি লক্ষ্য থাকে তেন্তে সি কেতিয়াও অৰ্থহীন হ'ব নোৱাৰে। জীৱনৰ ঘাট প্ৰতিঘাত, প্ৰত্যাহ্বানক হাঁহি হাঁহি আদৰি লৈ জীৱনত কেনেকৈ আগবাঢ়ি যাব পাৰি তাৰেই যেন মূলমন্ত্ৰ ৰচিত হৈছে এই আত্মজীৱনীমূলক গ্ৰন্থ খনিত। লগতে সন্নিৱিষ্ট হৈছে ১৯৫০ চনৰ পৰা ২০০০ চনলৈকে হোমেন বৰগোহাঞিয়ে লিখা বহুকেইটা গল্প, কবিতা, প্ৰৱন্ধ।
© 2021 Storyside IN (دفتر الصوت ): 9789353988548
تاريخ الإصدار
دفتر الصوت : 3 يوليو 2021
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
عربي
الإمارات العربية المتحدة