অসমীয়া সাহিত্য জগতক সমৃদ্ধ কৰা উপন্যাস সমূহৰ ভিতৰত অৰুপা পটংগীয়া কলিতাৰ 'মৃগনাভি' অন্যতম। ঔপনাসিক গৰাকী প্ৰথম প্ৰচেষ্টা 'মৃগনাভি'ত এগৰাকী নাৰীৰ জীৱনৰ বিকাশ আৰু সমাজৰ বান্ধোনে জীৱন শিথিল কৰিব খোজা মানসিকতাৰ প্ৰতিচ্ছবি গভীৰ মমতাৰে দাঙি ধৰিছে। পুৰুষতান্ত্ৰিক সমাজে বিভীষিকাময় কৰি তোলা উপন্যাসখনিৰ কেন্দ্ৰীয় চৰিত্ৰ 'সোণতৰা'ৰ জীৱনৰ দুৰ্যোগময় সময়তো আত্মিক প্ৰেমে কেনেকৈ তেওঁক পুনৰবাৰ জীয়াই তুলিছে সেয়া অতি মনোগ্ৰাহীকৈ উপন্যাসখনিত তুলি ধৰা হৈছে।
© 2021 Storyside IN (دفتر الصوت ): 9789354344312
تاريخ الإصدار
دفتر الصوت : 29 مايو 2021

خطوة إلى عالم لا حدود له من القصص
التقييم الإجمالي استنادًا إلى تقييمات :reviewالعد
مثير للمشاعر
عبقري
ملهم
قم بتنزيل التطبيق للانضمام إلى المحادثة وإضافة مراجعات.
عربي
الإمارات العربية المتحدة