خطوة إلى عالم لا حدود له من القصص
5
روايات رومانسية
বিশিষ্টা লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ অনুপম সৃষ্টি "সোন হৰিণৰ চেঁকুৰ" শীৰ্ষক উপন্যাসখনিত আজিৰ নৱপ্ৰজন্মক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী যুৱক-যুৱতী তথা কিশোৰ-কিশোৰীক উদ্দেশ্যি বিভিন্ন বিষয়বস্তুৰ অৱতাৰণা কৰা হৈছে। সময়ৰ লগে লগে ঘটে নৱপ্ৰজন্মৰ মনস্তত্ত্বৰ আমূল পৰিবৰ্তন। সামাজিক পৰিবৰ্তনৰ বাবেই হওক অথবা শৈক্ষিক পৰিবৰ্তনৰ বাবেই হওক এই পৰিবৰ্তনশীল মনস্তত্ত্বই উঠি অহা প্ৰজন্মৰ মন আৰু মগজুত প্ৰচণ্ড চাপৰ সৃষ্টি কৰিছে ফলত তেওঁলোকে এটা যান্ত্ৰিক জীৱন অতিবাহিত কৰিছে। নৱপ্ৰজন্মৰ প্ৰতিগৰাকী প্ৰতিনিধিয়েই যাতে নিজৰ জীৱনৰ পৃথিৱী নিজেই জয় কৰিব পাৰে, গান গাব পাৰে মুক্ত পখীৰ দৰে, নিজৰ যোগ্যতাখিনিক যাতে পৰীক্ষাৰ নম্বৰেৰে কেতিয়াও জুখিবলৈ নাযায়, অঙঠাৰ ওপৰেৰে খোজ কাঢ়িব লগা হ'লেও যাতে তেওঁলোকে আত্মহত্যা কৰাৰ কথা নাভাবে, প্ৰত্যেকেই নিজেই নিজৰ প্ৰেমিক বুলি ভাবি নিজৰ উপস্থিতিৰে যাতে পৃথিৱীখন সুন্দৰ কৰিবলৈ প্ৰয়াস কৰে- উপন্যাসখন তাৰেই আশাৰে ৰচিত হৈছে। পৰিয়াল আৰু সমাজে এই প্ৰজন্মক "সোনৰ হৰিণ"ৰ মায়াৰ পিছে পিছে দৌৰিবলৈ বাধ্য কৰাইছে। এই প্ৰজন্ম আজি নিঃসংগ । লেখিকাই যুৱপ্ৰজন্মৰ সৈতে নিবিড়ভাৱে থাকি, তেওঁলোকৰ মনস্তত্ত্বক অনুধাৱন কৰি, তেওঁলোকৰ মুখৰ পৰা শুনা তেওঁলোকৰেই জীৱন পৰিক্ৰমা, সংঘাত আৰু ঘটনা-অনুঘটনাবোৰক তেনেদৰেই এই উপন্যাসখনত সংযোজন কৰিবলৈ চেষ্টা কৰিছে বিভিন্ন কাল্পনিক চৰিত্ৰৰ মাজেৰে।
© 2021 Storyside IN (دفتر الصوت ): 9789354346392
تاريخ الإصدار
دفتر الصوت : 22 يوليو 2021
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
عربي
الإمارات العربية المتحدة