5
أدب الجريمة
এখন অৰণ্য। সেই অৰণ্যৰ এক অতন্দ্ৰ প্ৰহৰী এটা বনৰীয়া ম'হ। সেই ম'হৰ নাম জুলু। কেনেকৈ? কেনেকৈ এটা বনৰীয়া ম'হৰ নাম জুলু হ'ল? গহীন অৰণ্যত জুলুৰ শত্ৰু বহুত। কোন সেইসকল শত্ৰু? কাৰ ষড়যন্ত্ৰত জুলুক বলীয়া ম'হ বুলি আখ্যা দিয়া হ'ল আৰু কিয়? বলীয়া বুলি অভিহিত জুলুক হত্যা কৰিবলৈ অহা আদেশক নসাৎ কৰি কিয় পৰীক্ষিত নামৰ বিষয়া জনে আবেদন জনাইছিল? জুলুক হত্যা কৰা হ'ল নে? পাৰিলেনে পৰীক্ষিতে জুলুৰ জীৱন ৰক্ষা কৰিব ? পশু হত্যাৰ নিষ্ঠুৰ ইতিবৃত্ত, উন্নাসিক চিকাৰীৰ পৌৰুষদীপ্ত আত্মগৰিমাৰ জঘন্য বহিঃপ্ৰকাশ। এই সকলোখিনি জানিবলৈ"ষ্টৰীটেল" যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ বহুল সমাদৃত উপন্যাস "জুলু"
© 2021 Storyside IN (دفتر الصوت ): 9789353987947
تاريخ الإصدار
دفتر الصوت : 11 أبريل 2021

خطوة إلى عالم لا حدود له من القصص
التقييم الإجمالي استنادًا إلى تقييمات :reviewالعد
قم بتنزيل التطبيق للانضمام إلى المحادثة وإضافة مراجعات.
عربي
الإمارات العربية المتحدة