خطوة إلى عالم لا حدود له من القصص
সৰুতে মাকক হেৰুৱাই দেউতাকৰ মৰমৰ মাজত ডাঙৰ হৈ অহা এজনী ছোৱালী সন্ধ্যা। আন দহজনী ছোৱালীৰ দৰে কৈশোৰত এজন ৰাজকুমাৰৰ সপোন তাইয়ো দেখিছিল। সেই ৰাজকুমাৰ আছিল ইৰফান। কিন্তু ইৰফানৰ আছিল নে তাইৰ প্ৰতি কিবা অনুৰাগ? আহিছিল নে ইৰফান শুকুলা ঘোঁৰাত উঠি তাইৰ কাষলৈ? নে সমাজৰ বাধাই মষিমূৰ কৰি পেলাইছিল সন্ধ্যাৰ সকলো সপোন। কেনেদৰে আৰম্ভ হৈছিল সন্ধ্যাৰ সংসাৰ। স্বামী এইচ আই ভি ৰ দৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত বুলি জনাৰ পিছত কি কৰিলে সন্ধ্যাই? সেই ৰোগে আক্ৰমণ কৰিলে নেকি সন্ধ্যাকো? নে সেই ৰোগৰ পৰা ৰক্ষা পৰিছিল সন্ধ্যা? এইচ আই ভি ৰোগীৰ প্ৰতি সমাজৰ দৃষ্টিভংগী কেনেকুৱা? যৌৱনৰ দূৰন্ত বিলাসিতা আৰু আৱেগহীনতাৰ বাবেই কেনেদৰে জহি খহি পৰিব পাৰে একোটা মানৱ জীৱন.. এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে মণিকুন্তলা ভট্টাচাৰ্য্যৰ "সন্ধ্যা"
© 2021 Storyside IN (كتاب صوتي): 9789353987442
تاريخ النشر
كتاب صوتي: 15 يناير 2021
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
عربي
الإمارات العربية المتحدة