5
كتب واقعية
সাহিত্যৰ লক্ষ্যই হ'ল সত্যানুসন্ধান। মানুহৰ জীৱন গাঁথাক ভাস্বৰ কৰি তোলা সাহিত্য সদায় অবিনশ্বৰ। তুচ্ছ গতানুগতিক প্ৰাত্যহিকতাত চাক্ষুস অভিজ্ঞতাবিলাকৰ এক নান্দনিক ৰূপ হৈছে 'ডায়েৰি'। তীক্ষ্ণ মনঃচক্ষুৰে জীৱনৰ বিশেষ কিছুমান দিশ পৰ্যবেক্ষণ কৰি কলাত্মকভাৱে সজাই তুলিছে ডায়েৰিয়ে। এই ডায়েৰি কাৰোবাৰ গতানুগতিক দিনপঞ্জী নহয়। বৰঞ্চ জীৱনৰ বৈচিত্ৰময়তাৰ এক নান্দনিক কলাসুলভ প্ৰকাশ.. মানুহৰ সুখ-দুখ, আশা-আকাংক্ষা আৰু কাৰুণ্যৰে ভৰা জীৱন গাঁথা।
© 2021 Storyside IN (كتاب صوتي): 9789354346484
تاريخ النشر
كتاب صوتي: 21 أغسطس 2021
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت