Ram
- مؤلف
- راوٍ
- دار النشر
ৰাম কোন? ৰামৰ জন্মকাহিনী কি আৰু কেনেকৈ হৈছিল ৰামৰ নামাকৰণ? মহাকাব্যিক চৰিত্ৰ ৰামৰ এক ব্যতিক্ৰমী উপস্থাপন। এই ৰাম জন্মলগ্নৰে পৰা দশৰথৰ প্ৰিয় পুত্ৰ ৰাম নহয়। এই ৰাম অন্য এজন ৰাম, যাৰ মূৰৰ ওপৰত পিতৃৰ আৰ্শীবাদৰ হাতখন নাছিল। এই ৰাম সেইজন হয়, যাক পিতৃয়ে অযোধ্যাৰ বাবে অভিশপ্ত বুলি বিবেচনা কৰিছিল। কিন্তু এই অভিশপ্ত বুলি বিবেচিত ৰামেই পিছলৈ হৈ পৰিছিল পিতৃৰ প্ৰিয়ভাজন প্ৰিয় পুত্ৰ ৰাম। কিন্তু কেনেকৈ? কেনে আছিল ভাতৃসকলৰ সৈতে ৰামৰ সম্পৰ্ক? ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন। ৰামায়ণৰ এই চাৰি ৰাজকুমাৰৰ স্বভাৱ চৰিত্ৰ জীৱন শৈলী কেনে আছিল? মহৰ্ষি বশিষ্ঠৰ তত্বাৱধানত শিক্ষা গ্ৰহণ কৰা চাৰি ভাতৃৰ মাজৰ পৰা ৰাম আৰু লক্ষ্মণকে কিয় বিশ্বামিত্ৰই নিজৰ সৈতে লৈ গৈছিল। এইয়া কেৱল শত্ৰু নিধনৰ বাবেই আছিল নে? নে ইয়াৰ আঁৰত লুকাই আছিল অন্য বহু কথা? সীতাৰ প্ৰেমত পৰিছিল ৰাম প্ৰথম দেখাতেই। আৰু সেইবাবেই অংশ গ্ৰহণ কৰিছিল সীতাৰ সয়ম্বৰত। কিন্তু তাৰ মাজত কেনেকৈ ওলালহি লংকাৰ অধিপতি ৰাৱণ ? ৰাৱণৰ ওপৰত ৰামৰ ক্ষোভৰ কাৰণ কি? কি কাৰণত কৈকেয়ীয়ে ৰামক বনবাস দিছিল ? মন্থৰাৰ জীয়েক ৰশ্মি। কিন্তু সেই ৰশ্মি আছিল চাৰি ভাই ককাইৰ প্ৰিয় ৰাখি ভগ্নী। আৰু এদিন বৰ নৃশংসভাৱে ৰশ্মিক দুৰ্বৃত্তই হত্যা কৰিলে? সেই হত্যাকাৰী কোন? উপযুক্ত শাস্তি পালে নে হত্যাকাৰীয়ে? ৰামৰ প্ৰতি মন্থৰাৰ শত্ৰুতাৰ কাৰণ কি? সম্পূৰ্ণ নতুন সোৱাদেৰে, এক বেলেগ দৃষ্টিকোণৰ পৰা ৰচিত উপন্যাস ৰাম। কি আছে ৰামত? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক দৰদী পাটৰে অসমীয়া ভাষান্তৰ কৰা আমিশ ত্ৰিপাঠীৰ ৰামচন্দ্ৰ ছিৰিজৰ প্ৰথমখন উপন্যাস "ৰাম"। পাঠ কৰিছে জনপ্ৰিয় radio personality আৰ.জে. তৰুণে।
© 2021 Storyside IN (كتاب صوتي): 9789354835858
المترجمون: দৰদী পাটৰ
تاريخ النشر
كتاب صوتي: 25 ديسمبر 2021
إصدارات أخرى
واستمتع آخرون أيضًا...
- Odrisyo Xondhan ৰঞ্জু হাজৰিকা
- Dhunda অপূৰ্ব শৰ্মা
- Sita আমিশ ত্ৰিপাঠী
- Aakrux ৰঞ্জু হাজৰিকা
- Bondho Ghoror Khiriki মণিকুন্তলা ভট্টাচাৰ্য
- Lingomukto Prithibir Xadhu Eta অপূৰ্ব কুমাৰ শইকীয়া
- Putaputoni মৃদুল শৰ্মা
- Julu ৰঞ্জু হাজৰিকা
- Stobdho Oronyo ৰঞ্জু হাজৰিকা
- Osin dweep oxanto xagor oboruddho prem ৰঞ্জু হাজৰিকা
- Eta Dweep Xaatta Kobor ৰঞ্জু হাজৰিকা
- Olop Chinta Olop Godyo অনুৰাধা শৰ্মা পূজাৰী
- Xunar Pahar Premnarayan Dutta
- Biponno bismoy khel ৰঞ্জু হাজৰিকা
- Punor Jonom loi Tejimolai মনালিছা শইকীয়া
- Dorponot kaar mukh ৰঞ্জু হাজৰিকা
- Budhiyok xiyal লক্ষ্মীনাথ বেজবৰুৱা
- Thauliplingok Manuhe Pahori Pelaise বিপাশা বৰা
- Milleniumor Sapon অৰূপা পটংগীয়া কলিতা
- Cubicle Mate পাপলু চেতিয়া
- Big Bazar মনালিছা শইকীয়া
- Khyudhatur Xogun ৰঞ্জু হাজৰিকা
- Diary অনুৰাধা শৰ্মা পূজাৰী
- Rohosyomoyee ৰঞ্জু হাজৰিকা
- Gohin bonor phul ৰঞ্জু হাজৰিকা
- Priya Manuh Priya Katha অনুৰাধা শৰ্মা পূজাৰী
- Madhuxala সৌমিত্ৰ যোগী
- A Country Doctor Sarah Orne Jewett
- PMP Pro: Transform Your Exam Success with Game-Changing Secrets: "Elevate your PMP exam results! Dive into transformative audio lessons for peak performance on test day." Arden Blakewood
- Desconexión Digital: Meditaciones Guiadas para Calma y Claridad Refeser
- Nature’s Symphony of Serene Forest Cricket Sounds Mixed With Piano Rhythms For Deep Calm & Relaxation: Experience Soothing Nights for Restful Sleep & Mindfulness Using Enhanced BGM 8D Audio Cedar Skye
- GED Secrets: Elevate Your Success and Conquer the Exam Today: "Boost your GED prep! Unlock engaging audio lessons for ultimate exam success today!" Ronan Cade
- Nature’s Symphony Of Soothing Lake Soundscapes For Meditation, Deep Relaxation & Stress Relief: Embrace The Harmony & Feel The Water Waves With Blissful 8d Audio For Inner Peace & Serenity Cedar Skye
- Cursed To The Alpha Jessica Hall
- The Complete Falconer Files Brief Cases Books 1 - 8 Andrea Frazer
- For All Time: First in the Liza Marchant Series Marian L Jasper
- Data-Driven Decisions: Mastering Business Data Science Chuck Sherman
- Nature’s Symphony of Tranquil Forest Soundscapes Using Enhanced 8D Audio For A More Natural Relaxation: Meditation Aid For Unmatched Calm, Emotional Healing, Mental Clarity & Stress Relief Cedar Skye
- Notas sobre Enfermería: (Español latino) Florence Nightingale
- SHRM: Your HR Exam Success with Insider Secrets: "Boost your HR exam readiness! Harness powerful audio lessons packed with insider tips for ultimate success." Ronan Ashwood
- NONPARTICIPANT: A New Dawn Rob Johnson
- Intermediate Japanese: Broaden Your Japanese Vocabulary and Cultural Understanding Yuki Abe
دائمًا برفقة Storytel
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت
شهري
قصص لكل المناسبات.
$9.99 /شهر
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
سنويا
قصص لكل المناسبات.
$83.88 /سنة
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
6 أشهر
قصص لكل المناسبات.
$53.64 /6 أشهر
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
