الرواية
কোনো অজ্ঞাত কুলশীল ব্যক্তিৰ দূৰদৰ্শী চিন্তা আৰু মহৎ ভাৱনাৰ ফলশ্ৰুতিত অংকুৰিত হয় এখন কলেজ প্ৰতিষ্ঠাৰ সপোন। এনে সপোনৰ মূল্য বুজি সাধ্যহীন মানুহেও লঘোণৰ ভাত তুচ্ছজ্ঞান কৰি হাড়্ভঙা শ্ৰমৰ ধন আগবঢ়ায়। এদিন এখন কলেজ প্ৰতিষ্ঠা হয়। লাহে লাহে প্ৰতিষ্ঠিত হৈ জলমলাই উঠে পৰিত্যক্ত জলাশয় বা পিটনি পুতি প্ৰতিষ্ঠা কৰা সপোনৰ প্ৰতিষ্ঠানখন। কিন্তু থাকেগৈনে সেই কৃচ্ছ্রসাধনা বা সংগ্ৰামৰ চিনচাব, শিক্ষিত মানুহবোৰৰ মুখত? উদ্দেশ্যত? ব্যক্তিত্ব আৰু চাকচিক্যত?
© 2021 Storyside IN (كتاب صوتي): 9789353988043
تاريخ النشر
كتاب صوتي: 30 يونيو 2021
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت