خطوة إلى عالم لا حدود له من القصص
القصص
প্ৰসিদ্ধ বাংলা কথাশিল্পী শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ বৰ্ণিল জীৱনটো এখন সুন্দৰ উপন্যাসৰ দৰে চন্দোময়। তেখেতৰ বাস্তব জীৱনৰ অভিজ্ঞতাৰ প্ৰতিফলন তেখেতৰ গল্প সমূহত বিদ্যমান। ভোলানাথ শৰ্মাৰ দ্বাৰা অনুদিত "শৰৎ চন্দ্ৰৰ নিৰ্বাচিত গল্প" পুথিখনত সন্নিবিষ্ট আটাইকেইটা গল্পতেই সেই সময়ৰ সমাজৰ বাস্তৱ ছবিখনক প্ৰতিফলিত কৰি বিভিন্ন ঘটনা আৰু চৰিত্রৰ মননশীল সংযোজন ঘটিছে । পুথি খনৰ প্ৰতিটো গল্প ভিন্নস্বাদৰ। গল্পসমূহৰ চৰিত্র সমূহ খুৱেই জীৱন্ত আৰু সংবেদনশীল। চৰিত্র সমূহত বাস্তৱ জীৱনৰ সুখ দুখ আশা আকাঙ্ক্ষা হতাশা তথা জীৱনৰ সূক্ষ্ম অনুভূতি সমূহ সুন্দৰকৈ প্ৰতিষ্ঠাপন কৰা হৈছে। এই গল্প সমূহৰ জৰিয়তে উনবিংশ শতিকাৰ বাংলা সমাজখনৰ ভিন্ন জনৰ জীৱনবোধ সম্পৰ্কে জানিবলৈ শুনক, ভোলানাথ শৰ্মাৰ দ্বাৰা অনুদিত, প্ৰসিদ্ধ বাংলা সাহিত্যিক শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ এমুঠি মননশীল গল্প "শৰৎ চন্দ্ৰৰ নিৰ্বাচিত গল্প" কেৱল ষ্টৰীটেলৰ যোগেদি।
© 2021 Storyside IN (دفتر الصوت ): 9789353988456
المترجمون : ভোলানাথ শৰ্মা
تاريخ الإصدار
دفتر الصوت : 1 أغسطس 2021
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
عربي
الإمارات العربية المتحدة