ঘড়ীৰ কাঁটাৰ নিৰ্দেশত চলি থকা ব্যক্তি দিলীপ পেছাগত ভাবে এজন প্ৰফেচাৰ। নিয়মানুৱৰ্তিতা মানি চলাটো দিলীপৰ যেন এটা লক্ষ্য। সময়ৰ অকনমান হেৰফেৰ হ'লেই সাংঘাটিক অসন্তুষ্ট হৈ পৰে তেওঁ। এই কথা লৈ মাজে মাজে পৰিবাৰৰ লগত তেওঁৰ অকনমান খুট খাট লাগেও। তথাপি হেৰফেৰ নহয় দিলীপ। গাঁৱৰ ঘৰত দিলীপৰ শৰ্যাগত পিতৃ। পিতৃক লৈ প্ৰতি মূহুৰ্ততে অহেতুক চিন্তা এটা ঘূৰি থাকে দিলীপৰ চৌপাশে। কিন্তু এদিন কলেজলৈ ওলোৱা দিলীপৰ হাতত পৰা টেলিগ্ৰাম এখনে সকলোবোৰ খেলিমেলি লগাই দিয়ে। দিলীপৰ সিদ্ধান্তক আওকাণ কৰিব নোৱাৰি তাৰ লগতে চহৰলৈ অহা পিতৃয়ে নিজকে চহৰৰ পৰিবেশৰ লগত মিলাব পাৰিলে নে? জীৱনৰ শেষ সন্ধিয়াত শেষ হৈ যায় নেকি মানুহৰ জীৱনৰ প্ৰতি থকা মোহ? বৃদ্ধ পিতৃ মাতৃ বাৰু কেনেবাকৈ বোজা হৈ পৰে নেকি পো-জীৰ বাবে? এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে হোমেন বৰগোহাঞি ৰ "অস্তৰাগ", ৰত্ন দাসৰ কণ্ঠত।
© 2021 Storyside IN (كتاب صوتي): 9789353988487
تاريخ النشر
كتاب صوتي: 10 فبراير 2021
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت