خطوة إلى عالم لا حدود له من القصص
4.3
أدب الجريمة
ভাৰতত তেতিয়া বৃটিছৰাজ। কামাখ্যা দেৱালয়ৰ পৰিৱেশ বৃটিছ প্ৰভাৱৰ পৰা ভালেখিনি মুক্ত আছিল। বলি বিধান বাধাহীন ভাৱে চলিছিল। কিন্তু, সন্যাসী হৈও এগৰাকীয়ে এই বলি বিধানৰ বিৰোধিতা কৰি জনমত গঢ়াত লাগিছিল। অন্যতম সহযোগী আছিল ইংৰাজ মহিলা ডৰথী। অন্ধবিশ্বাস, কুসংস্কাৰ আৰু স্বাৰ্থপৰতাই তমসাৰে ভৰাই কদৰ্য কৰি ৰখা সমাজত সেই সন্যাসী সফল হ'বনে? ষড়যন্ত্ৰকাৰীৰ কৌশলত পৰি ডৰথীৰ কিবা হ'ব নেকি? গিৰিবালা একা? .... এচোৱা পোহৰহীন সময়ৰ দলিল, দেৱীৰ মায়ালগা পৰিৱেশ বৰ্ণিত উপন্যাস 'ছিন্নমস্তাৰ মানুহটো'। মামণি ৰয়ছম গোস্বামীৰ এই কাহিনীয়ে আপোনাক এটা এন্ধাৰ পথেৰে লৈ যাব কামাখ্যালৈ...
© 2021 Storyside IN (دفتر الصوت ): 9789353987817
تاريخ الإصدار
دفتر الصوت : 13 أبريل 2021
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
عربي
الإمارات العربية المتحدة