خطوة إلى عالم لا حدود له من القصص
কাহিনী গতি কৰে পৃথিৱীৰ পৰা অন্য গ্ৰহ, অন্য সভ্যতাৰ সন্ধান কৰি। বহু কেইটা নতুন নতুন গ্ৰহৰ আৱিষ্কাৰও কৰে অৰিজিতৰ নেতৃত্বত থকা দ'লটোৱে। অন্য গ্ৰহৰ এগৰাকী তেওঁলোকৰ লগত সহযোগী হ'ল। নতুন জগত বিচাৰি তেওঁলোকৰ অভিযান চলি থাকিল। বহু সমস্যাৰো মুখামুখি হ'ল। দলটো লক্ষ্যত উপনীত হ'ল নে? জানিবৰ বাবে আপোনালোকে শুনিব লাগিব "ষ্টৰীটেল"ত উপলব্ধ অসমীয়া সাহিত্যৰ ৰহস্যসম্ৰাট ৰঞ্জু হাজৰিকাৰ উপন্যাস "প্ৰচ্চন্ন প্ৰহেলিকা"। গতিকে আহক আমি একেলগে উপভোগ কৰোঁ এই উপন্যাস পাঠ।
© 2021 Storyside IN (كتاب صوتي): 9789354836466
تاريخ النشر
كتاب صوتي: 16 أكتوبر 2021
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
قصص لكل المناسبات.
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
عربي
الإمارات العربية المتحدة
