Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for Amrita
1 Ratings

5

Duration
8H 45min
Language
Assamese
Format
Category

Fiction

'মোৰ বুকুৰ যিখিনি ঠাইত হৃদয় নামৰ এটা দ্বীপ আছিল, তাত এতিয়া অন্ধকাৰ আৰু শূণ্যতা বিৰাজমান। সুগভীৰ যন্ত্ৰণাৰে মই মাথোঁ কেতিয়াবা অনুভৱ কৰোঁ হৃদয়ৰ লগতে মানুহৰ প্ৰতি থকা একালৰ মোৰ প্ৰেম, পৃথিৱীৰ সকলো বস্তুৰে ওপৰত স্থাপন কৰা মোৰ স্বত্বহীন, গভীৰ আনুগত্য, কিবা এটা কৰাৰ দুৰ্বাৰ হাবিয়াস..' অনুক লৈ ৰচনা কৰা এটা কুসুম কোমল সপোন ক'ৰবাত হেৰাই গ'ল। কিন্তু কেনেকৈ আৰু কিয়?

শান্তি নিকেতনৰ শান্ত সমাহিত পৰিবেশত শিক্ষা গ্ৰহণ কৰি অহা সৰল শিল্পী সাৰদা মিশ্ৰ। মানৱতাৰ এক মহৎ অংশ সন্ধানত নামি পৰে তেওঁ। কিন্তু মানৱতা উদ্ধাৰ কৰিব পাৰিলে নে সাৰদা মিশ্ৰই?

মানসিক অন্তৰ্দ্বন্দ্ব, মানৱতাৰ অৱক্ষয়, মধ্যবিত্তৰ সুখ দুখ, অহংকাৰ, সামাজিক পৰম্পৰাৰ উৰ্দ্ধত গৈ গঢ়ি উঠা প্ৰেমৰ নিৰ্মল সম্পৰ্ক, উত্তৰ আধুনিকতাৰ পৰা আৰম্ভ কৰি নৃশংস বাস্তৱলৈকে অংকন কৰা ২৩ টি ভিন্নস্বাদৰ গল্প। কি আছে এই গল্প সমূহত? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক প্ৰথিতযশা সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ গল্প সংকলন "অমৃতা"।

© 2021 Storyside IN (Audiobook): 9789354344121

Release date

Audiobook: 24 September 2021

Others also enjoyed ...