Step into an infinite world of stories
Listen and read as much as you want
Over 400 000+ titles
Bestsellers in 10+ Indian languages
Exclusive titles + Storytel Originals
Easy to cancel anytime
0H 21min
LanguageAssamese
FormatCategoryএজন বিপত্নিক বুঢ়াই বয়স ভাটি দিয়া নীৰুক বিয়া কৰালে। বুঢ়াৰ অগাধ সম্পত্তি কিন্তু ল'ৰা-ছোৱালী থাকে দুৰৈত।তাতে পিতাকে বিয়া কৰোৱাৰ বাবে সিহঁত অসন্তুষ্ট। দেৰিকৈ বিয়া হলেও নীৰুৰ আশা, তাইৰো এদিন নিজাকৈ এটা সন্তান হব। পিছে হ'ল জানো? এটা বিশেষ কাৰণত বুঢ়াৰ সৰু পুতেকে সৰুৱাই পেলাব খুজিলে নীৰুৰ আটাইকেইটা দাঁত। নীৰুৱে পাৰিলে নে নিজৰ দাঁতকেইটা ৰক্ষা কৰিব? মণিকা দেৱীৰ গল্প মানেই সাধাৰণ যেন লগা ঘটনা এটাৰ অসাধাৰণ বিচাৰ। দৰঙী ভাষাত লিখা এই গল্পটো শুনক গল্পকাৰৰ নিজৰ কণ্ঠত।
© 2021 Storyside IN (Audiobook): 9789353987695
Release date
Audiobook: 28 July 2021
