ভূ.. উ.. ত..! চিঞৰ এটা মাৰি ৰামলাল বাহিৰৰ পৰা দৌৰি ভিতৰ সোমাল। কিন্তু ভূত? আছে জানো প্ৰকৃততে ভূত? ভূত বিশ্বাস হয়নে? বিবেকানন্দ ভিলাত নিতৌ নিশা ভূতৰ উপদ্ৰৱ। কিন্তু কিয়? কি ৰহস্য আছে এই বিবেকানন্দ ভিলাৰ অভ্যন্তৰত? কোনে হত্যা কৰিলে অজয়ানন্দৰ পত্নী বিচিত্ৰাক? বিজয়ানন্দক আৰু তেওঁৰ পত্নীকে বা হত্যা কৰিলে কোনে? আৰু নাইট চকীদাৰ ফট্ৰ বাহাদুৰ? তাৰেই বা কি হ'ল? ভয়চকিত, ৰক্তাক্ত হত্যা, বিভৎস মৃত্যু.... সকলোতে মাথোঁ প্ৰশ্নবোধক? কি এই ভূতৰ ৰহস্য? এই ৰহস্য উন্মোচন কৰিবলৈ সক্ষম হ'ল নে দেৱজিত ফুকন,পবিত্ৰ লহকৰ আৰু ড০ অমলকৃষ্ণ হাজৰিকাই? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস "ভূত বঙলা"।
© 2021 Storyside IN (Audiobook): 9789354838989
Release date
Audiobook: 17 October 2021

Step into an infinite world of stories
Overall rating based on 4 ratings
Download the app to join the conversation and add reviews.
Showing 2 of 4
Sanjeev
3 Nov 2021
Thrilling experience. ৰহস্য সম্ৰাটৰ সাংঘাতিক সৃষ্টি আৰু ঝুনাকংকন ভূঞাৰ নাটকীয় গলগলীয়া মাত। একে শুনাতে শেষ কৰিলো। বৰ ভাল লাগিল।
Rishi
27 Apr 2024
Beautiful Book
English
India