Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
14 Ratings

4.8

Duration
9H 54min
Language
Assamese
Format
Category

Fiction

ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী ১৯৭৯ চনৰ পৰা ১৯৮৪ চনলৈ উৰিষ্যাৰ সমুদ্ৰতীৰৱৰ্তী পাৰাদ্বীপত তৈল অনুসন্ধান কাৰ্য্যত ব্যস্ত আছিল। সেই সময়ৰ বাস্তৱ কাহিনীৰ সৈতে কল্পনাৰ মিশ্ৰণ ঘটাই তেখেতে ১৯৮৬ চনত লিখা আৰম্ভ কৰিছিল 'অনুৰাধাৰ দেশ'। প্ৰান্তিকৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ হৈ জনপ্ৰিয়তাৰ তুংগত উঠা এই উপন্যাসখন আজিও অসমীয়া কিতাপ বিক্ৰীৰ অভিলেখৰ শীৰ্ষ তালিকাত অৱস্থিত। তৈলখননৰ পটভূমিত ৰচা বোধকৰোঁ একমাত্ৰ এই উপন্যাসখনে ১৯৯৩ চনত অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটাও লাভ কৰিছিল। মানৱীয় বিচাৰ-বুদ্ধি, সহজাত অনুভূতিৰ মাজৰ দ্বন্দ আৰু জীৱনৰ সূক্ষ্ম অথচ বৃহৎ খুটিনাতি উন্মোচন কৰা এই উপন্যাস এইবাৰ এয়া, ষ্টৰীটেলত।

© 2021 Storyside IN (Audiobook): 9789353988371

Release date

Audiobook: 15 August 2021

Others also enjoyed ...

  1. Cotton College নবীন বৰুৱা
  2. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  3. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  4. Romyokotha ভদ্ৰ বৰা
  5. Kanchon অনুৰাধা শৰ্মা পূজাৰী
  6. Arnab, Aastha Aru JEC Indranee Sharma
  7. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  8. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  9. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  10. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  11. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  12. Priyo Aalaap মণিকা দেৱী
  13. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  14. Ostoraag হোমেন বৰগোহাঞি
  15. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  16. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  17. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  18. Puwoti Tora কাঞ্চন বৰুৱা
  19. Edinor Diary হোমেন বৰগোহাঞি
  20. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  21. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  22. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  23. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  24. Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
  25. Kaal Gohbor ৰঞ্জু হাজৰিকা
  26. Cubicle Mate পাপলু চেতিয়া
  27. Urmilar Sokulu কাঞ্চন বৰুৱা
  28. Doriyoli গীতালি বৰা
  29. Gorokhiya desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  30. Mukhagni ভৃংগেশ্বৰ শৰ্মা