প্ৰাইভেট কোম্পানীবোৰত কাম কৰা শ্ৰমিকসকলৰ বাৰু জীৱন কেনেধৰণৰ হ'ব পাৰে? ঠিক দৰিদ্ৰও নহয়, অথচ এসাঁজ পেট ভৰাই খাবলৈয়ো নাপায়। তেনে শ্ৰমিকৰ জীৱনগাঁথা এই উপন্যাসখনৰ মূল বিষয়। কাশ্মীৰৰ চন্দ্ৰভাগা নদীৰ ওপৰত দলং বন্ধা শ্ৰমিক সকলৰ কাহিনী এইয়া। কোন আছিল সোণী? আৰু সোণীৰ প্ৰেমিক? একেলগ হ'ল নে সিঁহত দুয়ো? নে দুয়ো নিজৰ নিজৰ পথৰে পথিক হৈ আঁতৰি গ'ল। এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক প্ৰথিতযশা ঔপন্যাসিক মামণি ৰয়ছম গোস্বামীৰ উপন্যাস "চেনাবৰ সোঁত"।
© 2021 Storyside IN (كتاب صوتي): 9789354340338
تاريخ النشر
كتاب صوتي: 19 مايو 2021
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت