প্ৰসিদ্ধ হিন্দী সাহিত্যিক 'প্ৰেমনাৰায়ণ' ৰ 'পা-ফু' ছিৰিজৰ অন্তৰ্গত এখন জনপ্ৰিয় উপন্যাস - "প্ৰহেলিকা" ১৯৫১ চনতে প্ৰথম প্ৰকাশ পোৱা এই উপন্যাসখন সেই সময়ৰ এচাম কুচৰিত্রৰ স্বাৰ্থান্ধ লোকে নিৰীহক কৰা শোষণ আৰু এই লোকসকলক উচিত শাস্তি প্ৰদান কৰা 'পা-ফু' দলৰ সদস্য সকলৰ ৰোমাঞ্চকৰ কাহিনী । এফালে শীৰ্ষ আৰক্ষী বিষয়া মিষ্টাৰ ডেভিড, স্পেচিয়েল ইনস্পেক্টৰ আনন্দ মোহন দুৱৰা, সহকাৰী ইনস্পেক্টৰ নগেন্দ্ৰনাথ শইকীয়া । 'পা-ফু' দলৰ সদস্য সকলক গ্ৰেপ্তাৰ কৰাৰ বাবে তেওঁলোকৰ অক্লান্ত অভিযান... আনফালে লুভীয়া স্বাৰ্থান্ধ কণক বৰা প্ৰভৃতি লোকসকলক উচিত শিক্ষা দিয়া 'পা-ফু' দল । যিটো দল দলপতি পূজাৰী, পৰাক্ৰমী ভীমসেন, বিজ্ঞ আৰু শ্ৰেষ্ঠ বৈজ্ঞানিক পাৰ্থসিং, ডাক্তৰ নকুল ৰায়, খাছিয়া ৰজাৰ বংশধৰ মিষ্টাৰ হেমিল্টনৰ দৰে শিক্ষিত লোকেৰে গঠিত । কমলকৃষ্ণ দাসৰ মৃত্যুৰ ৰহস্য কি ? কণক বৰাই চক্ৰান্ত কৰি কমলৰ বীমাৰ ধন আত্মসাৎ কৰিব পাৰিলেনে ? মায়া দৰাচলতে কোন ? কমলকৃষ্ণৰ পত্নী যমুনাই প্ৰকৃত ন্যায় পালেনে ? মিষ্টাৰ ডেভিদে নিযুক্তি দিয়া কেপ্তেন ফুদল দৰাচলতে কোন? সকলো কথা জানিবলৈ শুনক "প্ৰহেলিকা" কেৱল 'ষ্টৰিটেল' ৰ যোগেদি ॥
© 2023 Storyside IN (Audiobook): 9789355446084
Release date
Audiobook: 4 March 2023

Step into an infinite world of stories
Overall rating based on 1 ratings
Download the app to join the conversation and add reviews.
English
India