Dharma
- By
- With:
- Publisher
- Editions
6
- Duration
- 6H 58min
- Language
- Assamese
- Format
- Category
Non-Fiction
এজন চচ্-চেফ নাচিকেত অনন্ত সাৱন্ত। তেওঁৰ পত্নী গাৰ্গী, শহুৰ ধৰ্মৰাজ আৰু শাহুৱেক লোপামুদ্ৰাৰ মাজত সাধাৰণতে কিছুমান কথাৰ আলোচনা হৈ থাকে। এইয়া তাৰেই কিছু অংশ। সেইদিনা আলোচনা প্ৰথম আৰম্ভ হয় নাচিকেত আৰু ধৰ্মৰাজৰ মাজত। পিছলৈ তাত যোগ দিয়েহি লোপামুদ্ৰা আৰু গাৰ্গীয়ে। আলোচনাৰ আৰম্ভণি বিষয় বস্তু আছিল কৰ্ম। কৰ্ম মানে কি? কৰ্ম মানে কেৱল ভাল কাৰ্য কৰাটোৱেই বুজাই নে ভালে বেয়াই কৰা দুয়োটা কাৰ্যকে বুজাই? কৰ্মৰ পৰা তেওঁলোকৰ মাজলৈ আহিল লিও' শ্বিআওব, চিপিচিৰ কথা।সেই কথাই উনুকিয়াই গ'ল বিশ্ব ৰাজনীতিৰ কথা। তাৰ মাজতে ওলাল ধৰ্মৰ কথা। প্ৰাচীন গ্ৰীচৰ ইকাৰাছৰ কথাই ঠাই ল'লে তেওঁলোকৰ আলোচনাত। ইকাৰাছৰ পৰা ই আগবাঢ়িল বেদৱতী আৰু ৰাৱণৰ মাজলৈ। তেওঁলোকৰ আলোচনা বাঢ়ি গৈ থাকে তেনেদৰেই। কৰ্ম আৰু ধৰ্ম কথা কবলৈ যাওঁতে তেওঁলোকে পাতি যায় ৰামায়ণৰ কথা, মহাভাৰতৰ কথা। যুক্তি তৰ্ক হয় কোন শুদ্ধ, কোন অশুদ্ধ তাকে লৈ। ৰাম নে ৰাৱণ, কৌৰৱ নে পাণ্ডৱ? কোন শ্ৰেষ্ঠ, নাৰায়ণ নে শিৱ? তেওঁলোকে বিচাৰি উলিয়াই কিছু কথা। কৌৰৱসকলৰ নিজৰ শক্তি আছিল। পাণ্ডৱসকলৰ নিজৰ দুৰ্বলতা। ভগৱান ৰামৰো নিজৰ সংকোচৰ মূহূৰ্ত আছে, আছে মাতৃ সীতাৰ গভীৰতা। গুৰু বশিষ্ঠ আৰু গুৰু বিশ্বামিত্ৰৰ মাজত উমৈহতীয়া সংঘাত। ৰাৱণ আঘাতপ্ৰাপ্ত, কুম্ভকৰ্ণ হৃদয়পূৰ্ণ। মন্থৰাৰো আছে নিজস্ব বেদনা। ভগৱান শিৱৰ যদি খং আছে, মাতৃ কালীৰো ক্ষোভ আছে। গণেশৰ গুপুত কথা থকাৰ দৰে পৰ্বতেশ্বৰৰ আছে সীমাৱদ্ধতা। ব্ৰাহাস্পতিৰ সন্তুষ্টি আছে যদি মাতৃ সতীৰ আছে নিজে লগাই লোৱা শিকলি। ভগৱান শিৱৰ পৰা দুশাসনলৈকে এই সকলোবোৰ জানো আমাৰ মাজতে নাই? কিন্তু কেনেকৈ? অলপ চিন্তাৰ বিষয়। কিবা এটা খেলিমেলি। কি এই খেলিমেলি? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক প্ৰখ্যাত সাহিত্যিক আমিশ ত্ৰিপাঠীৰ দ্বাৰা ৰচিত আৰু পল্লৱী ডেকাই অসমীয়া ভাষান্তৰ কৰা গ্ৰন্থ "ধৰ্ম"
© 2022 Storyside IN (Audiobook): 9789355441768
Translators: Pallabi Deka
Release date
Audiobook: 5 August 2022
Other editions
Others also enjoyed ...
- Darpasurna Premnarayan Dutta
- Stobdho Oronyo ৰঞ্জু হাজৰিকা
- Xoityoban Dur Hoi Najaba মনালিছা শইকীয়া
- Biplabi Bahini Premnarayan Dutta
- Nishith trishna ৰঞ্জু হাজৰিকা
- Gohin bonor phul ৰঞ্জু হাজৰিকা
- Klanto juddha ৰঞ্জু হাজৰিকা
- Mrityunjayi Bharat আমিশ ত্ৰিপাঠী
- Rohosyomoyee ৰঞ্জু হাজৰিকা
- Teulukor Xomosya অপূৰ্ব শৰ্মা
- Gupon kaitor aasur ৰঞ্জু হাজৰিকা
- Bongol Bohu Dur Nandita Devi
- Punor Jonom loi Tejimolai মনালিছা শইকীয়া
- Dusokut tezor khela ৰঞ্জু হাজৰিকা
- Biponno bismoy khel ৰঞ্জু হাজৰিকা
- Osin dweep oxanto xagor oboruddho prem ৰঞ্জু হাজৰিকা
- Xobyoxasi ৰঞ্জু হাজৰিকা
- Burhatue Kole মণিকা দেৱী
- Kukurikona লক্ষ্মীনাথ বেজবৰুৱা
- Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
- Bixkumbho ৰঞ্জু হাজৰিকা
- Boroxun মণিকা দেৱী
- Otol gohboror oboxaad ৰঞ্জু হাজৰিকা
- Xurongor majere ৰঞ্জু হাজৰিকা
- Xunar Pahar Premnarayan Dutta
- Orgol Khula, Priyomboda গীতালি বৰা
- Olop Chinta Olop Godyo অনুৰাধা শৰ্মা পূজাৰী
- Bola Beduin দিব্যজ্যোতি বৰা
- Morubhumit Menoka aru Onyanyo অৰূপা পটংগীয়া কলিতা
- Duronto dosyu ৰঞ্জু হাজৰিকা
- Tejimolar Maakor Xadhu মৃদুল শৰ্মা
- Paglahawa মৃত্যুঞ্জয় মহন্ত
- Milleniumor Sapon অৰূপা পটংগীয়া কলিতা
- Jantob ৰঞ্জু হাজৰিকা
- Jononi Mur Duhita ৰঞ্জু হাজৰিকা
- Odrisyo Xondhan ৰঞ্জু হাজৰিকা
- Naridasyu Premnarayan Dutta
- Thauliplingok Manuhe Pahori Pelaise বিপাশা বৰা
- Lingomukto Prithibir Xadhu Eta অপূৰ্ব কুমাৰ শইকীয়া
- Jibonto mritok ৰঞ্জু হাজৰিকা
- Sekur অতনু ভট্টাচাৰ্য
- Cubicle Mate পাপলু চেতিয়া
- Mrutyunjay Bhag 1 - Karn Shivaji Sawant
- Shriman Yogi Ranjit Desai
- URAKKAPPISHACH: ഉറക്കപ്പിശാച് S P SARATH
- Yugandhar Shivaji Sawant
- October Junction Divya Prakash Dubey
- Chhava Prakaran 1 Shivaji Sawant
- Gunahon ka Devta Dharmveer Bharti
- Kanthamalacharitham Vishnu M C
- Harry Potter and the Philosopher's Stone J.K. Rowling
- Francis Itticora T D Ramakrishnan
- Ravan Raja Rakshsancha Sharad Tandale
- Bangarwadi Vyankatesh Madgulkar
- Ikigai: The Japanese Secret to a Long and Happy Life Francesc Miralles, Hector Garcia
- Lok Maze Sangati Sharad Pawar
- Khasakkinte Ithihasam O V Vijayan
