Nishith trishna ৰঞ্জু হাজৰিকা
ৰহস্য আৰু শিহৰণেৰে ভৰা অৰণ্যৰ কাহিনী। প্ৰেম, প্ৰতিশোধ, অহংকাৰ আৰু অৰণ্যৰ গভীৰত প্ৰতি খোজতে সন্মুখীন হোৱা বিপদৰ এক শিহৰণকাৰী বৰ্ণনা "গহীন বনৰ ফুল"। ক্লাচিক ৰঞ্জু হাজৰিকা!
© 2021 Storyside IN (Audiobook): 9789354838958
Release date
Audiobook: 3 October 2021