Crime
অৰণ্যৰ ৰেঞ্জাৰ বিপুল কলিতাৰ সততাৰ ওপৰত কাৰো তিলমানো সন্দেহ নাই। অৰণ্যখন তেওঁৰ প্ৰাণতকৈও যেন আপোন। সেই বিপুল কলিতাৰ পুতেক ৰঞ্জিতো দেউতাকৰ ঠাঁচতে গঢ়া। বিপুল কলিতাৰ প্ৰিয় বন্ধু চন্দ্ৰকান্ত গোঁহাইৰ জীয়ৰী ৰূপৰেখাৰ সৈতে বিবাহ হয় ৰঞ্জিতৰ। অৰণ্যৰ মাজত বিপুল কলিতাৰ পুতেক বোৱাৰীয়েকৰ সৈতে সুখৰ সংসাৰ। কিন্তু সদায় থাকিব নে এই সংসাৰ সুখৰ হৈ? এদিন হঠাতে বিপুল কলিতাৰ ঘৰত ওলালহি ৰঞ্জিতৰ বন্ধু প্ৰফুল্ল আৰু অজিত দাস। কথা বতৰা, অৰণ্য ভ্ৰমণৰ পাছত ঠিক হ'ল যে ৰঞ্জিত আৰু ৰূপৰেখা সিহঁতৰ দুয়োটা পৰিয়ালৰ সৈতে মোম্বাইলৈ ফুৰিবলৈ যাব। কথামতেই কাম। মোম্বাইত ৰূপৰেখাহঁতে লগ পালে প্ৰফুল্লৰ বন্ধু কুমাৰ চাহাবক কিন্তু কোন এই কুমাৰ চাহাব? এই কুমাৰ চাহাবক লগ পোৱাৰ পিছতে কাহিনীয়ে বেলেগ মুৰ লয়। এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস "বিৰহী অৰণ্য"।
© 2022 Storyside IN (Audiobook): 9789354838583
Release date
Audiobook: 1 May 2022

Step into an infinite world of stories
No reviews yet
Download the app to join the conversation and add reviews.
English
India