Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for Xongskar
12 Ratings

4.3

Duration
0H 58min
Language
Assamese
Format
Category

Fiction

"সংস্কাৰ" মামণি ৰয়ছম গোস্বামীৰ সৰ্বকালৰ জনপ্ৰিয় সৃষ্টিসমূহৰ অন্যতম। পীতাম্বৰ মহাজন চহকী মানুহ। বংশ ৰক্ষাৰ বাবে মহাজন দুবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছে যদিও সন্তানৰ মুখ দেখা নাই। দৰিদ্ৰ বিধবা হ'লেও দময়ন্তীৰ যৌবন আছে। আৰু আছে উচ্চ জাতৰ অহংকাৰ। পাহোৱাল ডেকা পীতাম্বৰ আৰু তলমল যৌবনৰ ব্ৰাহ্মণ বিধবা দময়ন্তীৰ মাজৰ সম্পৰ্ক ইতিমধ্যে বহুখিনি আগুৱাই গৈছে। দময়ন্তীৰ গৰ্ভত পীতাম্বৰৰ সন্তানে থিতাপি লৈছে। পিতাম্বৰে সপোন দেখে। সপোনতে পুত্ৰৰ হাতত ধৰি নৈৰ পাৰে পাৰে খোজকাঢ়ে। লাহে লাহে প্ৰেমত পৰে পিতাম্বৰ। দময়ন্তীয়ে পূৰ কৰিব নে পীতাম্বৰ মহাজনৰ পিতাক হোৱাৰ আশা? জাত-পাতৰ শিকলি চিঙি দময়ন্তীয়ে পাৰিব নে পিতাম্বৰৰ সৈতে নতুন জীৱন এটা গঢ়িব?

© 2021 Storyside IN (Audiobook): 9789353987824

Release date

Audiobook: 15 January 2021

Others also enjoyed ...