Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
6 Ratings

4.8

Duration
4H 28min
Language
Assamese
Format
Category

Fiction

ষাঠিৰোৰ্দ্ধ ৰায়বাহাদুৰ সূৰ্য্যপ্ৰসাদ দত্ত। পো-বোৱাৰী, নাতি-নাতিনীৰে ভৰপূৰ সংসাৰ সূৰ্য্যপ্ৰসাদৰ। প্ৰথমা পত্নী মৃত, দ্বিতীয়া পত্নী সন্তানহীনা। তৃতীয়া পত্নী কামনা দেৱীৰ লগত আকৌ তেখেতৰ বয়সৰ সাংঘাটিক তফাৎ। বহু কেইখন বাগিচাৰ মালিক সূৰ্য্যপ্ৰসাদে বয়স হৈ অহাৰ বাবে বৰপুত্ৰক দায়িত্ব দিয়ে ঘৰৰ পৰা অলপ আঁতৰত থকা শালনি বাগিছাৰ। ইফালে বৰ পুত্ৰ হৃদয়াৰ লগত সকলো সময়তে থাকিবলৈ ভাল পায় তেওঁৰ দ্বিতীয় পুত্ৰ আনন্দ। সেই লৈ কামনা দেৱীৰ মনত অশান্তি। আনহাতে বৰ বোৱাৰী পাৰিজাতৰ ৰূপ লৈও অশান্ত হৈ পৰে কামনা দেৱী। কিন্তু তেওঁ ভবাৰ দৰে কাম হৈ নুঠে। হৃদয়া, পাৰিজাত আৰু আনন্দ শালনি বাগিচাত থাকিবলৈ লয়। তাৰ পিছতে উন্মোচন হয় কিছু নতুন কথা, নতুন কাহিনী। কাহিনীৰ মাজত আহি পৰে অবিনাশ নামৰ হৃদয়াৰ এজন বন্ধু, আহি পৰে বাগানৰ বনুৱা ছোৱালী তগৰ। বাগানৰ উত্থান-পতন, বাগানীয়া জীৱনৰ দুখ-যন্ত্ৰণা, মালিক আৰু কুলিৰ মাজৰ তিতা মিঠা অভিজ্ঞতাৰে পৰিপূৰ্ণ এক কাহিনীত আৰু এটা উল্লেখযোগ্য চৰিত্ৰ বাগানৰ মেনেজিং ডাইৰেক্টৰ মনোহৰ ভাটিয়া। মনোহৰ ভাটিয়াৰ আগমনে কাহিনীত আনি দিয়ে টুইষ্ট। কি এই টুইষ্ট? এই সকলোখিনি জানিবলৈ শুনক উপন্যাস সম্ৰাট চৈয়দ আব্দুল মালিকৰ এখন বহুলপঠিত উপন্যাস "ৰজনীগন্ধাৰ চকুলো", একমাত্ৰ ষ্টৰীটেলত।

© 2021 Storyside IN (Audiobook): 9789354347924

Release date

Audiobook: 25 August 2021

Others also enjoyed ...

  1. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  2. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  3. Xongskar মামণি ৰয়ছম গোস্বামী
  4. Amrita ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  5. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  6. Mriganabhi অৰূপা পটংগীয়া কলিতা
  7. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  8. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  9. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  10. Puwoti Tora কাঞ্চন বৰুৱা
  11. Ostoraag হোমেন বৰগোহাঞি
  12. The Secret of the Nagas Amish Tripathi
  13. Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
  14. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  15. Cotton College নবীন বৰুৱা
  16. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  17. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  18. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  19. Jiya Jurir Ghat চৈয়দ আব্দুল মালিক
  20. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  21. Arnab, Aastha Aru JEC Indranee Sharma
  22. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  23. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  24. Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
  25. Aagontuk হৰেকৃষ্ণ ডেকা
  26. Felani অৰূপা পটংগীয়া কলিতা
  27. Aariwa অনুৰাধা দত্ত
  28. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  29. Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
  30. Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
  31. Doriyoli গীতালি বৰা
  32. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  33. Kaal Gohbor ৰঞ্জু হাজৰিকা
  34. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  35. Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
  36. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  37. Monika Aru Bikrom অপূৰ্ব শৰ্মা
  38. Gorokhiya desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  39. Aparajita Archana Borthakur
  40. Kollolini আৰাধনা গোস্বামী
  41. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  42. Xorotsondror Nirbasito Golpo শৰৎ চন্দ্ৰ চট্টোপাধ্যায়
  43. Cubicle Mate পাপলু চেতিয়া
  44. Buddhajaya গীতালি বৰা