Bixkumbho
- Authors
- Narrators
- Publisher
এজন উদীয়মান বিজ্ঞানী মনোজৰ জীৱনত একমাত্ৰ আপোন বুলিবলৈ পত্নী স্মিতা। স্মিতাৰ প্ৰতি মনোজৰ ভালপোৱা প্ৰগাঢ়। কিন্তু হঠাতে সকলো খেলি মেলি হৈ যায় মনোজৰ জীৱনটোত। নিজৰে বন্ধু অনন্তৰ বাহুবন্ধনত পত্নীক দেখাৰ পিছৰে পৰা মনোজে একপ্ৰকাৰৰ মানসিক স্থিৰতা হেৰুৱাই পেলাই। মনোজৰ গুৰু অনিৰুদ্ধ অত্ৰেয়ই এক নতুন আৱিস্কাৰৰ সন্ধানত পৰীক্ষা নিৰীক্ষা চলাই আছিল। যাৰ বাবে তেওঁক গিনিপিগ হিচাপে এজন মানুহৰ দৰকাৰ। পত্নীৰ বিশ্বাসঘাটকতাই মনোজক ইমান বেয়াকৈ দহে যে তেওঁ নিজকে বিজ্ঞানী অত্ৰেয়ৰ পৰীক্ষাৰ গিনিপিগ হ'বলৈ সাজু হয়। বিজ্ঞানী অত্ৰেয়ৰ হাজাৰ বাধাকো নেওচি গিনিপিগ হয় মনোজ। কিন্তু তাৰ পিছতে ঘটনাই নতুন মোৰ লয়। মৃত্যু হয় বিজ্ঞানী অত্ৰেয়ৰ সহিতে আৰু এজন বিজ্ঞানী, দুগৰাকী নাৰ্ছ তথা মনোজৰ বন্ধু বিজ্ঞানী শ্যামলী। কিন্তু কেনেকৈ? কোন সেই হত্যাকাৰী? মনোজৰ কি হ'ল? পত্নীৰ বিশ্বাসঘাটকতাৰ যন্ত্ৰণাক মনোজে পাহৰিব পাৰিলে নে? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ উপন্যাস "বিষকুম্ভ"।
© 2021 Storyside IN (Audiobook): 9789354838972
Release date
Audiobook: 19 October 2021
Books similar to Bixkumbho
- Paglahawa মৃত্যুঞ্জয় মহন্ত
- Xurongor majere ৰঞ্জু হাজৰিকা
- Jantob ৰঞ্জু হাজৰিকা
- Xei prem aswadon ৰঞ্জু হাজৰিকা
- Dusokut tezor khela ৰঞ্জু হাজৰিকা
- Jononi Mur Duhita ৰঞ্জু হাজৰিকা
- Xobyoxasi ৰঞ্জু হাজৰিকা
- Biplabi Bahini Premnarayan Dutta
- Baghbondi khela ৰঞ্জু হাজৰিকা
- Bongol Bohu Dur Nandita Devi
- Teulukor Xomosya অপূৰ্ব শৰ্মা
- Otol gohboror oboxaad ৰঞ্জু হাজৰিকা
- Aahoto Xorpor Dongxon ৰঞ্জু হাজৰিকা
- Biponno bismoy khel ৰঞ্জু হাজৰিকা
- Johor-Mohor মণিকা দেৱী
- Igloo মণিকা দেৱী
- Boroxun মণিকা দেৱী
- Nishith trishna ৰঞ্জু হাজৰিকা
- Bola Beduin দিব্যজ্যোতি বৰা
- Rohosyomoyee ৰঞ্জু হাজৰিকা
- Kojola kuwolir jontrona ৰঞ্জু হাজৰিকা
- Darpasurna Premnarayan Dutta
- Morubhumit Menoka aru Onyanyo অৰূপা পটংগীয়া কলিতা
- Gohin bonor phul ৰঞ্জু হাজৰিকা
- Mrityunjayi Bharat আমিশ ত্ৰিপাঠী
- Xoityoban Dur Hoi Najaba মনালিছা শইকীয়া
- Orgol Khula, Priyomboda গীতালি বৰা
- Kukurikona লক্ষ্মীনাথ বেজবৰুৱা
- Thikona মণিকা দেৱী
- Stobdho Oronyo ৰঞ্জু হাজৰিকা
- Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
- Dharma আমিশ ত্ৰিপাঠী
- Jordogob rojar upakhyan লক্ষ্মীনাথ বেজবৰুৱা
- Bibhisika Premnarayan Dutta
- Shriman Yogi Ranjit Desai
- Mrutyunjay Bhag 1 - Karn Shivaji Sawant
- URAKKAPPISHACH: ഉറക്കപ്പിശാച് S P SARATH
- October Junction Divya Prakash Dubey
- Kanthamalacharitham Vishnu M C
- Yugandhar Shivaji Sawant
- Chhava Prakaran 1 Shivaji Sawant
- Harry Potter and the Philosopher's Stone J.K. Rowling
- Gunahon ka Devta Dharmveer Bharti
- Ikigai: The Japanese Secret to a Long and Happy Life Francesc Miralles, Hector Garcia
- Francis Itticora T D Ramakrishnan
- Lok Maze Sangati Sharad Pawar
- Ravan Raja Rakshsancha Sharad Tandale
- Bangarwadi Vyankatesh Madgulkar
- Khasakkinte Ithihasam O V Vijayan
