Fantasy & SciFi
*নক্ষত্ৰ জয়ৰ গান*
এটা কল্প বিজ্ঞানৰ কাহিনী। অৰিজিত, ৰাখা, ভাস্কৰ, আদিত্য, অলক আদি কৰি কেইজনমানৰ এটা দল। মহাবিশ্বৰ ৰহস্য উদ্ঘাটনৰ উদ্দেশ্য তেওঁলোকৰ যাত্ৰা মহাবিশ্বৰ বুকুত। সৌৰজগতৰ প্ৰতিটো গ্ৰহ, নক্ষত্ৰৰ ৰহস্য, গতিবিধি সকলো পৰীক্ষা কৰাই তেওঁলোকৰ মূল উদ্দেশ্য। সেইকাৰণে কেতিয়াবা কেতিয়াবা তেওঁলোকে নিজৰ স্পেচ যানখন লৈ কোনো কোনো গ্ৰহত অৱতৰণ কৰিছে। ক'ৰবাত যদি এই অৱতৰণৰ ফল শূণ্য, ক'ৰবাত আকৌ মুখামুখি হৈছে বিপদৰ। ক'ৰবাত মুখামুখি হৈছে এক আচৰিত পক্ষীমানৱৰ। সেই আশ্চৰ্য মাৰ নাযাওঁতেই মুখামুখি হৈছে গৰিলা সদৃশ এক ভয়ানক জীৱৰ। ক'ৰবাত মুখামুখি হৈছে এক অদ্ভূত যন্ত্ৰ মানৱৰ। কিন্তু কি হ'ল তেওঁলোকৰ? বাৰে বাৰে প্ৰত্যাহ্বানৰ সন্মূখীন হোৱা এই দলটো সুকলমে ঘূৰি আহিল নে পৃথিৱীলৈ? নে মহাবিশ্বৰ ৰহস্য উদ্ঘাটন কৰিবলৈ গৈ নিজেও সোমাই পৰিল ৰহস্যৰ আৱৰ্তত? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ কল্প বিজ্ঞানভিত্তিক উপন্যাস "নক্ষত্ৰ জয়ৰ গান"।
© 2022 Storyside IN (Audiobook): 9789354839078
Release date
Audiobook: 2 May 2022

Step into an infinite world of stories
No reviews yet
Download the app to join the conversation and add reviews.
English
India