Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
3 Ratings

4.7

Duration
3H 56min
Language
Assamese
Format
Category

Crime

সাম্প্ৰতিক ঘটনা, ইতিহাস আৰু কল্পবিজ্ঞানৰ এক অনন্য ফিউজন প্ৰখ্যাত কবি, গল্পকাৰ, প্ৰৱন্ধকাৰ তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাৰ এই প্ৰথমখন উপন্যাস "আগন্তুক"। লেখকে নিজে অৱশ্যে এই উপন্যাস খনক কল্পবিজ্ঞানভিত্তিক বা সামাজিক উপন্যাস বুলি কোৱাৰ পৰিৱৰ্তে কৈছে এক ধাৰণাভিত্তিক কল্পকথা (Conceptual Fiction) বুলিহে। অক্লান্ত নামৰ এগৰাকী সাংবাদিকক মূল চৰিত্ৰ হিচাপে লৈ আগবঢ়া উপন্যাসখনত ঔপন্যাসিকে অসমৰ অশান্তজৰ্জৰ এছোৱা সময়ৰ সৈতে ইতিহাস আৰু কল্পবিজ্ঞানক একেলগে যেনেদৰে বান্ধিছে সেয়া সঁচায়ে অনন্য। উগ্ৰপন্থী, সৈন্যবাহিনী আৰু সমাজ এই তিনিওক লৈ এক প্ৰতিবেদন তৈয়াৰ কৰিবলৈ গৈ কেনে এক পৰিস্থিতিত সোমাই পৰিল অক্লান্ত, হঠাৎ কৰ পৰা আহিল এক অজান ধাতুৰে গঢ়া এখন ফলি, সঁচাকৈ বেলেগ গ্ৰহৰ প্ৰাণীয়ে আহি বাহৰ পাতিছিল নেকি অসম-অৰুণাচল সীমান্তৰ ঘন অৰণ্যত! এই সকলোখিনি জানিবলৈ শুনক সাহিত্য অকাডেমি আৰু সৰ্বভাৰতীয় কথা বঁটাৰে সন্মানিত হৰেকৃষ্ণ ডেকাৰ উপন্যাস "আগন্তুক"।

© 2021 Storyside IN (Audiobook): 9789353988081

Release date

Audiobook: 15 March 2021

Others also enjoyed ...

  1. Timir Tirtha হোমেন বৰগোহাঞি
  2. Chinnomostar Manuhtu মামণি ৰয়ছম গোস্বামী
  3. Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
  4. Madhuxala সৌমিত্ৰ যোগী
  5. Theng Fakhri Tahsildaror Taamor Toruwal মামণি ৰয়ছম গোস্বামী
  6. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  7. Ostoraag হোমেন বৰগোহাঞি
  8. Aparajita Archana Borthakur
  9. Puwoti Tora কাঞ্চন বৰুৱা
  10. Moitsyogondha হোমেন বৰগোহাঞি
  11. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  12. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  13. The Immortals of Meluha Amish Tripathi
  14. Oxaanto Prohor কাঞ্চন বৰুৱা
  15. Doriyoli গীতালি বৰা
  16. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  17. The Secret of the Nagas Amish Tripathi
  18. Mriganabhi অৰূপা পটংগীয়া কলিতা
  19. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  20. Cotton College নবীন বৰুৱা
  21. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  22. Nil Prajapati অনুৰাধা শৰ্মা পূজাৰী
  23. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  24. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  25. Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা
  26. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  27. Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
  28. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  29. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  30. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  31. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  32. Samiyaana মণিকুন্তলা ভট্টাচাৰ্য
  33. Grohonanto কাঞ্চন বৰুৱা
  34. Raavan আমিশ ত্ৰিপাঠী
  35. Arnab, Aastha Aru JEC Indranee Sharma
  36. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  37. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  38. Stobdho Oronyo ৰঞ্জু হাজৰিকা
  39. Jatra Ekhon Oxompurno Uponyaxor Baarota Odhyay হৰেকৃষ্ণ ডেকা
  40. Big Bazar মনালিছা শইকীয়া
  41. Kollolini আৰাধনা গোস্বামী
  42. Aariwa অনুৰাধা দত্ত
  43. Amrita ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  44. Pokhila Baxona Aru Onyanyo Golpo পাৰ্থ বিজয় দাস
  45. Cubicle Mate পাপলু চেতিয়া