Ostoraag
- Authors
- Narrators
- Publisher
ঘড়ীৰ কাঁটাৰ নিৰ্দেশত চলি থকা ব্যক্তি দিলীপ পেছাগত ভাবে এজন প্ৰফেচাৰ। নিয়মানুৱৰ্তিতা মানি চলাটো দিলীপৰ যেন এটা লক্ষ্য। সময়ৰ অকনমান হেৰফেৰ হ'লেই সাংঘাটিক অসন্তুষ্ট হৈ পৰে তেওঁ। এই কথা লৈ মাজে মাজে পৰিবাৰৰ লগত তেওঁৰ অকনমান খুট খাট লাগেও। তথাপি হেৰফেৰ নহয় দিলীপ। গাঁৱৰ ঘৰত দিলীপৰ শৰ্যাগত পিতৃ। পিতৃক লৈ প্ৰতি মূহুৰ্ততে অহেতুক চিন্তা এটা ঘূৰি থাকে দিলীপৰ চৌপাশে। কিন্তু এদিন কলেজলৈ ওলোৱা দিলীপৰ হাতত পৰা টেলিগ্ৰাম এখনে সকলোবোৰ খেলিমেলি লগাই দিয়ে। দিলীপৰ সিদ্ধান্তক আওকাণ কৰিব নোৱাৰি তাৰ লগতে চহৰলৈ অহা পিতৃয়ে নিজকে চহৰৰ পৰিবেশৰ লগত মিলাব পাৰিলে নে? জীৱনৰ শেষ সন্ধিয়াত শেষ হৈ যায় নেকি মানুহৰ জীৱনৰ প্ৰতি থকা মোহ? বৃদ্ধ পিতৃ মাতৃ বাৰু কেনেবাকৈ বোজা হৈ পৰে নেকি পো-জীৰ বাবে? এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে হোমেন বৰগোহাঞি ৰ 'অস্তৰাগ', ৰত্ন দাসৰ কণ্ঠত।
© 2021 Storyside IN (Audiobook): 9789353988487
Release date
Audiobook: 10 February 2021
Books similar to Ostoraag
- Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
- Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
- Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
- Mur Hridoy Ekhon Juddhakhetra হোমেন বৰগোহাঞি
- Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
- Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
- Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
- Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
- Pita-Putra হোমেন বৰগোহাঞি
- Timir Tirtha হোমেন বৰগোহাঞি
- Jokhmi Jatri মামণি ৰয়ছম গোস্বামী
- Cotton College নবীন বৰুৱা
- Edinor Diary হোমেন বৰগোহাঞি
- Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
- Chenabor Xut মামণি ৰয়ছম গোস্বামী
- Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
- Xuborno Boloy কাঞ্চন বৰুৱা
- Moitsyogondha হোমেন বৰগোহাঞি
- Bengsota অপূৰ্ব কুমাৰ শইকীয়া
- Baastob Aru Bixaad ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
- Daxorothir Khuj মামণি ৰয়ছম গোস্বামী
- Tejor Tolor Pokhilar Mukh অনামিকা বৰা
- Jiya Jurir Ghat চৈয়দ আব্দুল মালিক
- Ishworir Prem Aru Xongxoy মামণি ৰয়ছম গোস্বামী
- Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
- Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
- Aagontuk হৰেকৃষ্ণ ডেকা
- Eta Ghoruwa Kahini অপূৰ্ব শৰ্মা
- Mriganabhi অৰূপা পটংগীয়া কলিতা
- Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
- Mukhagni ভৃংগেশ্বৰ শৰ্মা
- Ahiron মামণি ৰয়ছম গোস্বামী
- Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
- Shriman Yogi Ranjit Desai
- Mrutyunjay Bhag 1 - Karn Shivaji Sawant
- URAKKAPPISHACH: ഉറക്കപ്പിശാച് S P SARATH
- Yugandhar Shivaji Sawant
- October Junction Divya Prakash Dubey
- Kanthamalacharitham Vishnu M C
- Chhava Prakaran 1 Shivaji Sawant
- Harry Potter and the Philosopher's Stone J.K. Rowling
- Gunahon ka Devta Dharmveer Bharti
- Ikigai: The Japanese Secret to a Long and Happy Life Francesc Miralles, Hector Garcia
- Francis Itticora T D Ramakrishnan
- Lok Maze Sangati Sharad Pawar
- Ravan Raja Rakshsancha Sharad Tandale
- Bangarwadi Vyankatesh Madgulkar
- Khasakkinte Ithihasam O V Vijayan
