Jokhmi Jatri
- مؤلف
- راوٍ
- دار النشر
- 6 تقييمات
4.7
- المدة
- 4 س 56 د
- اللغة
- الآسامية
- الصيغة
- تصنيف
الإثارة والتشويق
ভ্ৰমণপ্ৰিয় নাৰী ৰাজাৱালা। ১৯৮৫ চনৰ ১৫ মেৰ দিনা ট্ৰেভেল কৰ্পৰেশ্বনৰ পৰা ইউৰোপ ভ্ৰমণৰ কনফৰ্মেশ্বন পাই আনন্দ মনেৰে তেওঁৰ বন্ধু গুলছন ৰাজভীক খবৰ দিবলৈ যাওঁতেই আদবাটতে লাগিছিল হুলস্থুল। গোষ্ঠীগত সংঘৰ্ষ। শিখ আৰু হিন্দুৰ মাজত। কথমপি নিজৰ প্ৰাণটো লৈ ৰাজাৱালা বাচি আহিছিল শিখ যুৱক হৰনাম সিং মাস্তানাৰ সহায়ত। ভ্ৰমণ আৰম্ভ হৈছিল। লগত আছিল অন্যান্য বহু কেইজন যাত্ৰী। দিল্লীৰ বিখ্যাত ব্যৱসায়ী দয়ানন্দ কাপুৰৰ লগত পুত্ৰ অনুপ, দিল্লী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জৰ্জ কানিংহামকে ধৰি বহুকেইজন যাত্ৰী। ট্যুৰ লীডাৰ আছিল ইস্মাইল চাহাব। এই যাত্ৰাত ৰাজাৱালাৰ লগ হৈছিল হৰনাম সিং মাস্তানাও। সুন্দৰকৈ আৰম্ভ হৈছিল যাত্ৰা। কিন্তু কথাবোৰ সুন্দৰ হৈ থকা নাছিল। হৰনাম সিং মাস্তানাক বহুতে উগ্ৰপন্থী বুলি দাবী কৰিছিল। অৱশ্যে তাৰ থলো আছিল বহুত। হৰনাম সিঙৰ কৰ্ম কাণ্ডই বহু নভবা কথা ভাবিবলৈ বাধ্য কৰিছিল। এসময়ত এই ভ্ৰমণ সমাপ্ত হৈছিল। কিন্তু সফল আছিল নে ৰাজাৱালা দেৱীৰ এই ভ্ৰমণ? কি হ'ল হৰনাম সিং মাস্তানাৰ? সঁচাকৈয়ে বাৰু আছিল নেকি তেওঁ উগ্ৰপন্থী সংগঠনৰ সদস্য? গোষ্ঠীগত সংঘৰ্ষই কি দৰে প্ৰভাৱ পেলাইছিল এই ভ্ৰমণত?
জানিবলৈ শুনক জ্ঞানপীঠ বঁটা প্ৰাপক সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ উপন্যাস "জখমী যাত্ৰী", একমাত্ৰ ষ্টৰীটেলত।
© 2021 Storyside IN (كتاب صوتي): 9789353987862
تاريخ النشر
كتاب صوتي: 4 سبتمبر 2021
واستمتع آخرون أيضًا...
- Timir Tirtha হোমেন বৰগোহাঞি
- Dotal Hatir Uye Khuwa Hauda মামণি ৰয়ছম গোস্বামী
- Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
- Aagontuk হৰেকৃষ্ণ ডেকা
- Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
- Daxorothir Khuj মামণি ৰয়ছম গোস্বামী
- Xorobjaan লক্ষ্মীনাথ বেজবৰুৱা
- Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
- Magnolia মামণি ৰয়ছম গোস্বামী
- Kolikotar sithi অনুৰাধা শৰ্মা পূজাৰী
- Autograph অনুৰাধা শৰ্মা পূজাৰী
- Mur Hridoy Ekhon Juddhakhetra হোমেন বৰগোহাঞি
- Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
- Tez Aru Dhulire Dhuxorito Pristha মামণি ৰয়ছম গোস্বামী
- Romyokotha ভদ্ৰ বৰা
- Ostoraag হোমেন বৰগোহাঞি
- Ahiron মামণি ৰয়ছম গোস্বামী
- Mukhagni ভৃংগেশ্বৰ শৰ্মা
- Dhonyo Noro Tonu Bhal চৈয়দ আব্দুল মালিক
- Chenabor Xut মামণি ৰয়ছম গোস্বামী
- Mriganabhi অৰূপা পটংগীয়া কলিতা
- Madhuxala সৌমিত্ৰ যোগী
- Xoityo-Xujyo গীতালি বৰা
- Prem Omritor Nodi চৈয়দ আব্দুল মালিক
- Buddhajaya গীতালি বৰা
- Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
- Dr. Arunabhor Oxompurno Jeeboni চৈয়দ আব্দুল মালিক
- Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
- Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
- Abha Gardinaror Abeli মামণি ৰয়ছম গোস্বামী
- Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
- Xuborno Boloy কাঞ্চন বৰুৱা
- Eta Ghoruwa Kahini অপূৰ্ব শৰ্মা
- Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
- Baastob Aru Bixaad ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
- Hridoy Ek Nodir Naam মামণি ৰয়ছম গোস্বামী
- Eta Dweep Xaatta Kobor ৰঞ্জু হাজৰিকা
- Pas Sotalor Kathakata অৰূপা পটংগীয়া কলিতা
- Julu ৰঞ্জু হাজৰিকা
- Mrigotrishna কাঞ্চন বৰুৱা
- Bhut bongola ৰঞ্জু হাজৰিকা
- Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
- Odhom Keetor Dongxon ৰঞ্জু হাজৰিকা
- Samiyaana মণিকুন্তলা ভট্টাচাৰ্য
- A Country Doctor Sarah Orne Jewett
- PMP Pro: Transform Your Exam Success with Game-Changing Secrets: "Elevate your PMP exam results! Dive into transformative audio lessons for peak performance on test day." Arden Blakewood
- Desconexión Digital: Meditaciones Guiadas para Calma y Claridad Refeser
- Nature’s Symphony of Serene Forest Cricket Sounds Mixed With Piano Rhythms For Deep Calm & Relaxation: Experience Soothing Nights for Restful Sleep & Mindfulness Using Enhanced BGM 8D Audio Cedar Skye
- GED Secrets: Elevate Your Success and Conquer the Exam Today: "Boost your GED prep! Unlock engaging audio lessons for ultimate exam success today!" Ronan Cade
- Nature’s Symphony Of Soothing Lake Soundscapes For Meditation, Deep Relaxation & Stress Relief: Embrace The Harmony & Feel The Water Waves With Blissful 8d Audio For Inner Peace & Serenity Cedar Skye
- The Complete Falconer Files Brief Cases Books 1 - 8 Andrea Frazer
- For All Time: First in the Liza Marchant Series Marian L Jasper
- Data-Driven Decisions: Mastering Business Data Science Chuck Sherman
- Nature’s Symphony of Tranquil Forest Soundscapes Using Enhanced 8D Audio For A More Natural Relaxation: Meditation Aid For Unmatched Calm, Emotional Healing, Mental Clarity & Stress Relief Cedar Skye
- Notas sobre Enfermería: (Español latino) Florence Nightingale
- SHRM: Your HR Exam Success with Insider Secrets: "Boost your HR exam readiness! Harness powerful audio lessons packed with insider tips for ultimate success." Ronan Ashwood
- NONPARTICIPANT: A New Dawn Rob Johnson
- Intermediate Japanese: Broaden Your Japanese Vocabulary and Cultural Understanding Yuki Abe
- Ne, ne, ne, was hab ich bloß?: Humorvolle Geschichten über den menschlichen Körper Edla Pinnow
دائمًا برفقة Storytel
أكثر من 200000 عنوان
وضع الأطفال (بيئة آمنة للأطفال)
تنزيل الكتب للوصول إليها دون الاتصال بالإنترنت
الإلغاء في أي وقت
شهري
قصص لكل المناسبات.
$9.99 /شهر
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
سنويا
قصص لكل المناسبات.
$83.88 /سنة
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
6 أشهر
قصص لكل المناسبات.
$53.64 /6 أشهر
حساب واحد
حساب بلا حدود
1 حساب
استماع بلا حدود
إلغاء في أي وقت
