Miri Jiyori ৰজনীকান্ত বৰদলৈ
চম্পা, গৌৰী, চন্দন, উমা, অশোক- এওঁলোকক কোনে চিনি নাপায়! কালজয়ী অসমীয়া উপন্যাস 'অসীমত যাৰ হেৰাল সীমা'ৰ সেই জীৱন্ত চৰিত্ৰবোৰ, কমল নগৰৰ ধুনীয়া মানুহবোৰৰ ধুনীয়া জীৱনবোৰ আৰু তেওঁলোকৰ আনন্দৰ দিনবোৰলৈ নামি অহা যুদ্ধৰ অমানিশা.. কাঞ্চন বৰুৱা যেন শব্দৰ যাদুকৰ! এখন ছবিৰ দৰে আমাৰ আটাইৰে মনত চিৰদিনৰ বাবে ৰৈ যোৱা ঊপন্যাসখন এইবাৰ আমাৰ বাবে পাঠ কৰিছে আমাৰ সকলোৰে চিনাকি অভিনয় জগতখনৰ হাৰ্টথ্ৰৱ কপিল বৰাই। আহক, আকৌ এবাৰ ডুব যাওঁ সেই প্ৰাচীন প্ৰেমত যি আজিও হয়তো শুন-নুশুনকৈ বৈ আছে কমল নগৰ নামৰ হেৰাই যোৱা নগৰখনৰ প্ৰাণত।
© 2021 Storyside IN (Audiobook): 9789353986315
Release date
Audiobook: 17 March 2021