এজনী বুঢ়ী। বুঢ়ী অকলশৰীয়া। এৰাতি বুঢ়ীয়ে শুৱাৰ আগত দীঘল ঠেঙীয়া নাহিলেই হ'ল বুলি বিচনাত পৰিল। পিছে সেই ৰাতি দুটা চোৰে বুঢ়ীৰ ঘৰত সোমাবলৈ চুপ লৈ আছিল। দীঘলঠেঙীয়া নো কি ভাবি ভাবি দুয়োটাৰে তত্ হেৰাব লওঁতেই পালে নহয় দুয়োকে দীঘলঠেঙীয়াই! তাৰ পিছত কি হ'ল? আহাচোন শুনো চেতনা দাস আইতাৰ মাতত!
© 2021 Storyside IN (Audiobook): 9789354341007
Release date
Audiobook: 18 May 2021

Step into an infinite world of stories
Overall rating based on 3 ratings
Heartwarming
Cozy
Funny
Download the app to join the conversation and add reviews.
English
India