Taniya
- Authors
- Narrators
- Publisher
- Duration
- 3H 24min
- Language
- Assamese
- Format
- Category
Children
অৰূপা পটঙ্গীয়া কলিতাৰ অনুপম সৃষ্টি 'তানিয়া'ৰ বিষয়বস্তু হৈছে এজনী কণমানি ভূটানী কুকুৰ পোৱালি। তানিয়া দেখাত বৰ ধুনীয়াজনী আছিল লগতে খুউব বেছি চঞ্চলো। তাই নিজৰ মৰমলগা স্বভাৱটোৰে নিজৰ গৰাকীৰ লগতে তাই লগ পোৱা সকলো মানুহকেই মোহিত কৰি ৰাখিছিল। বিশেষকৈ শিশুসকলে তানিয়াক নিজৰ জীৱনৰ এটি অংশ বুলি ভাবি তাইৰ যত্ন লৈছিল, প্ৰতিটো দায়িত্ব লৈছিল। দেখাত তেনেই অকনমাণি যদিও প্ৰতিবাৰেই গৰাকীৰ ঘৰত হ'বলগীয়া বিপদৰ পৰা ঘৰখনক ৰক্ষা কৰি সাহসিকতাৰ প্ৰমাণ দিছিল। সৰু কথা এটিতেই ভয়ত পেঁপুৱা লাগিলেও সময়ত কিন্তু তাই সাহসী হৈ পৰিছিল । জিলমিল, অৰুনাভহঁতৰ বাবে তানিয়া নিজৰ ঘৰৰ এক সদস্যৰ দৰে আছিল...এই তানিয়াৰেই বহু ৰসাল কাহিনী লেখিকাগৰাকীয়ে বৰ সুন্দৰ ৰূপত সাধুকথাৰ দৰে বৰ্ণনা কৰি গৈছে।
© 2021 Storyside IN (Audiobook): 9789354346231
Release date
Audiobook: 28 June 2021
Others also enjoyed ...
- Mrutyunjay Bhag 1 - Karn Shivaji Sawant
- Shriman Yogi Ranjit Desai
- URAKKAPPISHACH: ഉറക്കപ്പിശാച് S P SARATH
- October Junction Divya Prakash Dubey
- Yugandhar Shivaji Sawant
- Chhava Prakaran 1 Shivaji Sawant
- Kanthamalacharitham Vishnu M C
- Harry Potter and the Philosopher's Stone J.K. Rowling
- Gunahon ka Devta Dharmveer Bharti
- Francis Itticora T D Ramakrishnan
- Ravan Raja Rakshsancha Sharad Tandale
- Ikigai: The Japanese Secret to a Long and Happy Life Francesc Miralles, Hector Garcia
- Lok Maze Sangati Sharad Pawar
- Bangarwadi Vyankatesh Madgulkar
- The Secret Rhonda Byrne
