Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
5 Ratings

4.6

Duration
4H 26min
Language
Assamese
Format
Category

Fiction

এজন ঈশ্বৰৰ সন্ধানত আৰু নিৰ্বাসিত গোলাপ দুখন উপন্যাসিকাৰ সমষ্টি হৈছে এজন ঈশ্বৰৰ সন্ধানত গ্ৰন্থখনি। প্ৰথম খনৰ নায়ক দেৱাশীষ গোস্বামী এজন মেধাৱী ছাত্ৰ। উচ্চ কুলোদ্ভৱ শান্ত-শিষ্ট মেধা ছাত্ৰ দেৱাশীষৰ পিছে মনৰ ভিতৰখন সকলো সময়তে অশান্ত হৈ থাকে। নিজৰ অস্তিত্বক লৈ সকলো সময়তে সন্দিহান হৈ থকা দেৱাশীষৰ ভৱিষ্যত কি হ'ল? আনখনত আছে তিনি বন্ধুৰ কাহিনী। দুই বন্ধুৰ জোশত তৃতীয় বন্ধু যায় জীৱন উপভোগ কৰিবলৈ। তাকো পত্নীক ফাঁকি দি। কিন্তু হঠাৎ এটা দুৰ্ঘটনা। তাৰ পিছত? তাৰ পিছত কি হ'ল? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক প্ৰখ্যাত ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস "এজন ঈশ্বৰৰ সন্ধানত"।

© 2021 Storyside IN (Audiobook): 9789354346323

Release date

Audiobook: 22 June 2021

Others also enjoyed ...